Assam Finalises Flood Preparedness Plan Ahead of Monsoon

As the monsoon approaches, the Assam government has finalized its flood preparedness strategy through a comprehensive state-level meeting. Led by Chief Secretary Ravi Kota, the meeting included Deputy Commissioners, central agencies, and key stakeholders, focusing on a coordinated multi-agency response to manage the expected seasonal floods. The preparedness plan includes deploying 699 personnel and 299 […]
Assam Launches AI Anchor ‘Ankita’ to Deliver Cabinet Decisions

Assam has taken a major step towards digital governance with the introduction of its first artificial intelligence-powered news anchor, ‘Ankita.’ The AI anchor will present key cabinet updates to the public in Assamese, aiming to strengthen government communication and engage citizens more effectively. The AI-generated anchor made her debut with a presentation covering recent cabinet […]
10 New Co-Districts in Assam to Be Operational from August 15

In a significant administrative move, the Government of Assam has notified that 10 new co-districts will start functioning from August 15, 2025. Issued by the General Administration Department under the Governor’s directive, this step aims to enhance governance and public service delivery across the state. These new co-districts will be added to the existing 39, […]
মন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ সৈতে ভয়ংকৰ ঘটনা!!লাহটি পেট্ৰল পাম্পে দিলে ৰামঠগন!

পেট্ৰল পাম্পে তেলৰ পৰিৱৰ্তে পানী ভৰালে মন্ত্ৰী কেশৱ মহন্তৰ বাহনত। মংগলবাৰে যোৰহাটৰ লাহটি ব্ৰাদাৰ্ছ পেট্ৰল পাম্পত তেল ভৰাবলৈ গৈছিলমন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ দুখন বাহন। পেট্ৰল পাম্পটোৰ কৰ্মচাৰীয়ে মন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ দুখন বাহনত তেল ভৰোৱাৰ পিছতেই বিকল হৈ পৰে দুয়োখন বাহন। তাৰ পিছতেই ফাদিল লাহটি ব্ৰাদাৰ্ছ পেট্ৰল পাম্পৰ কুকীৰ্তি। ডিজেলৰ পৰিৱৰ্তে ঘোলা পানী হে দিয়া […]
খাকি পোচাকৰ আঁৰতো মৰম স্নেহ আৰু মমতা আছে

সততে আমি শুনি অহা খাকি পোচাকধাৰী অসম আৰক্ষীৰ মাজত কিছু সংখ্যক আৰক্ষীৰ বৰ্বৰ আৰু অন্যায় অত্যাচাৰৰ কথা শুনি থাকো। এচাম আৰক্ষীয়ে বিভিন্ন সময়ত সাধাৰণ জনতাৰ ওপৰত অতি বৰ্বৰ আৰু অন্যায় ভাৱে জপিয়াই পৰাৰ কথা সংবাদ মাধ্যমত দেখা পোৱা যায় । কিন্তু এই আৰক্ষী সকলৰ মাজত মানৱদৰদী আৰু সহজ সৰল ব্যক্তিত্বৰ বিষয়া কৰ্মচাৰীও আছে অসম আৰক্ষীত। […]
Mother’s Day Murder: Guwahati Woman Kills 10-Year-Old Son with Lover’s Help

In a spine-chilling incident that has left Guwahati in shock, a mother turned murderer on Mother’s Day — May 11, 2025. Dipali Rajbongshi, a clinic worker, allegedly killed her 10-year-old son, Mrinmoy Barman, with the help of her extramarital partner, Jyotimoy Haloi, a temporary peon at the Accountant General’s office. The motive behind the crime, […]
৮৫ বছৰীয়া আই,চি,উত থকা ৰোগীয়া মাতৃক সুস্থ কৰি তুলিলে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে

যি সময়ত চৰকাৰী চিকিৎসালয়ৰ প্ৰতি একাংশই অনিহা প্ৰকাশ কৰি আহিছে থিক সেই অনুৰূপ সময়তেই এগৰাকী ব্যক্তিৰ মাতৃক চৰকাৰী চিকিৎসকে উন্নত চিকিৎসা সেৱা প্ৰদান কৰি সুস্থতা প্ৰদান কৰিলে। নগাঁও চিকিৎসা মহাবিদ্যালয়ৰখনৰ চিকিৎসক আৰু নাৰ্ছৰ প্ৰাণ চেষ্টাৰ ফলত এগৰাকী মৃতপ্ৰায় মাতৃক সুস্থ কৰি তোলাৰ বাবে এজন পুত্ৰই নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ মিহিৰ কুমাৰ গোস্বামী ,অধীক্ষক ডাঃ […]
ডিব্ৰুগড় বিমান বন্দৰক জনা যাব নতুন নামেৰে

ডিব্ৰুগড় বিমান বন্দৰৰ হ’ব নতুন নাম। নতুন নামেৰে জনা যাব ডিব্ৰুগড় বিমান বন্দৰক। সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ হ’ব ডিব্ৰুগড় বিমান বন্দৰ। ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হৈছে এই প্ৰস্তাৱ। শীঘ্ৰেই এই বিষয় উত্থাপন কৰা হ’ব বিধান সভা অধিৱেশনত। আজি ৰাজ্য চৰকাৰে সম্পন্ন কৰিলে ৪টা বছৰ। ৪বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। […]
ধুবুৰীৰ এটা ভোটকেন্দ্ৰত নিশা ভয়ংকৰ পৰিস্থিতি
ধুবুৰীত উত্তেজিত ভোটাৰৰ ৰোষত পৰিল আৰক্ষী, নিৰ্বাচনী বিষয়া। বুধবাৰে নিশা আৰক্ষীৰ সৈতে খণ্ডযুদ্ধ ভোটাৰ ৰাইজৰ। এজন ব্যক্তিয়ে বাৰে বাৰে জালিয়াতিৰে ভোট দিয়াৰ গুৰুতৰ অভিযোগ তুলি বেলট বাকচ ভোট কেন্দ্ৰৰ পৰা লৈ যোৱাত বাধা দিয়ে ভোটাৰ ৰাইজে। ধুবুৰী ভাষানীচৰ গাঁও পঞ্চায়তৰ আৰফাতুন নেছা এম,ই স্কুলত সংঘটিত হয় এই ঘটনা। ভোটদান প্ৰক্ৰিয়া শেষ হৈ যোৱাৰ পাছতে এগৰাকী […]
বুধবাৰে ৰাজ্যৰ ২০ টা স্থানত যুদ্ধৰ আখৰা

ভাৰত আৰু পাকিস্তানৰ দুয়োখন দেশৰ মাজত অব্যাহত আছে তীব্ৰ উত্তেজনা। পেহেলগামৰ বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই কঠোৰ স্থিতি ভাৰতৰ। উত্তেজনাৰ মাজতে জৰুৰীকালীন পৰিস্থিতিৰ বাবে প্ৰস্তুতি চলাবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেশৰ সকলো ৰাজ্যলৈ জাৰি কৰিছে নিৰ্দেশনা। ৭ মে’ বুধবাৰে দেশৰ মুঠ ২৪৪ খন জিলাত অনুষ্ঠিত হ’ব মকড্ৰিল। অসমৰ ২০ টা স্থানত যুদ্ধকালীন সুৰক্ষাৰ বাবে চলিব অনুশীলন। মকড্ৰিল […]