Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

ডিব্ৰুগড় বিমান বন্দৰৰ হ’ব নতুন নাম। নতুন নামেৰে জনা যাব ডিব্ৰুগড় বিমান বন্দৰক। সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ হ’ব ডিব্ৰুগড় বিমান বন্দৰ। ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হৈছে এই প্ৰস্তাৱ। শীঘ্ৰেই এই বিষয় উত্থাপন কৰা হ’ব বিধান সভা অধিৱেশনত। আজি ৰাজ্য চৰকাৰে সম্পন্ন কৰিলে ৪টা বছৰ। ৪বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সংবাদমেল যোগে ডিব্ৰুগড় বিমান বন্দৰৰ নাম সলনি সন্দৰ্ভত সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। ইতিমধ্যে ৰাজ্যিক কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ। পৰৱৰ্তী কেবিনট এই সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলিও জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে

Leave a Reply

Your email address will not be published. Required fields are marked *

Wordpress Social Share Plugin powered by Ultimatelysocial