Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

“বেআইনী ভাৱে উচ্ছেদ চলাইছে চৰকাৰে’

চাপৰত উচ্ছেদিতৰ কাষত অখিল গগৈ। অখিল গগৈৰ মতেসংখ্যালঘুৰ ওপৰত দাদাগিৰি চলাইছে চৰকাৰে। মুখ্যমন্ত্ৰীক স্পষ্টকৈ কৈছোঁ ৫০০ বিঘা মাটি দিব লাগে।ধুবুৰীৰ চাপৰত উপস্থিত হৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য। বাইকত উঠি উচ্ছেদিতৰ খবৰ লবলৈ গৈছিল অখিল গগৈ। সেই সময়তে ৰাজপথত অখিলক ৰখালে আৰক্ষীয়ে। অখিলক আটক কৰিলে ধুবুৰী আৰক্ষীয়ে। আটক কৰাৰ পিছতেই বিস্ফোৰক মন্তব্য অখিল গগৈৰ।

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ।

ৰাজ্যৰ ভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। বিভিন্ন ঠাইত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ মৃত্যু। ধুবুৰী, ধেমাজি, বজালী সকলো ঠাইতে জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ বৃদ্ধি। ধেমাজিত আঢ়ৈ বছৰীয়া কণমানীৰ মৃত্যু জাপানীজ এনকেফেলাইটিছত।ধুবুৰীত এজনৰ মৃত্যু। বৰ্তমানেও ১৪জনকৈও অধিক লোক চিকিত্সাধীন ধুবুৰীত। বজালী জিলা মেলিৰিয়া বিভাগৰ তথ্য মতে বজালীত ৩ জন লোক আক্ৰান্ত হৈছে জাপানিজ এনকেফেলাইটিছত। ৫ জনৰ দেহত জাপানীজ […]

গৌৰীপুৰ আলমগঞ্জত উচ্ছেদৰ খবৰ পোৱাৰ পিছতেই হতাশাত হেজাৰ হেজাৰ পৰিয়াল

গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত সভা। পাট্টাৰ মাটি এৰি নিদিয়াৰ হুংকাৰ। প্ৰকল্প স্থাপনৰ পৰিকল্পনাৰে আলমগঞ্জৰ প্ৰায় চাৰি হেজাৰ বিঘা মাটি সীমা নিৰ্ধাৰণ কৰাৰ যো-জা চলাইছে চৰকাৰে। প্ৰায় চাৰি হেজাৰ বিঘা মাটিত উচ্ছেদৰ সম্ভাৱনা। প্ৰায় ৯০০ বিঘা পট্টা মাটি আছে। ২২০০ বিঘা মাটি আছে বুলি জানিব পৰা গৈছে। বুধবাৰে ধুবুৰী জিলা আয়ুক্ত, […]

হিমন্তক বিপদত পেলাব নেকি গৌৰৱে?

হিমন্তক বিপদত পেলাব নেকি গৌৰৱে?ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্যই বুকু কঁপাইছে বিজেপিৰ!হঠাৎ অসমত শক্তি বৃদ্ধি গৌৰৱ গগৈৰ।VoteVibe LLP সমীক্ষাই চিন্তা বঢ়াইছে বিজেপিৰ।৪৪.৮ শতাংশ মানুহে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰে গৌৰৱ গগৈক।৪৫.৬ শতাংশ মানুহেঅসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক।গগৈ আৰু শৰ্মাৰ জনপ্ৰিয়তাৰ ব্যৱধান মাত্ৰ ০.৮ শতাংশ।সমীক্ষাই দাবী কৰিছে জনপ্ৰিয়তা বাঢ়িছে গৌৰৱ গগৈৰ।

TET Cum Recruitment Testৰ GT আৰু PGT নিযুক্তিক লৈ ডাঙৰ আপডে‌ট।

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে TET Cum Recruitment Testৰ GT আৰু PGT নিযুক্তিৰ দ্বিতীয় তালিকা ভেৰিফিকেচনৰ বাবে অচিৰেই প্ৰকাশ হ’ব বুলি ঘোষণা কৰিছে।TET Cum Recruitment Testক লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কৰিলে ডাঙৰ ঘোষণা l ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে ঘোষণা কৰে যে ‘বৰ্তমান চলি থকা প্ৰমাণপত্ৰ পৰীক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত, বিজ্ঞাপিত পদৰ বিপৰীতে খালী […]

Assam to Host International Concerts, Signs MoU with BookMyShow

Assam has officially stepped into the global music arena by signing a Memorandum of Understanding (MoU) with BookMyShow to organise international concerts under the state’s new Concert Tourism Policy. The agreement was formalised in Guwahati on June 24 in the presence of Chief Minister Himanta Biswa Sarma. The collaboration launches with a major act, global […]

স্নাতক পৰ্যায়ৰ শিক্ষক পদৰ ফলাফল কেতিয়া?

শীঘ্ৰে ঘোষণা হ’ব Tet Cum Recruitment Testৰ চূড়ান্ত ফলাফল। চূড়ান্ত ফলাফল ঘোষণাৰ পূৰ্বে সম্পন্ন হ’ব নথি পৰীক্ষণ প্ৰক্ৰিয়া। এইবাৰ স্নাতক পৰ্যায়ৰ শিক্ষক পদৰ বাবে সম্পন্ন হ’ব নথি পৰীক্ষণ। ২৩ জুনৰ পৰা নিৰ্দিষ্ট ৱেবচাইটত উপলব্ধ হ’ব TCRTৰ প্ৰথম প্ৰশ্নকাকতৰ নম্বৰ। মাণ্ডলিক পৰ্যায়ত সম্পন্ন হ’ব প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া। ৰাজ্যৰ ৬ টা মণ্ডলত সম্পন্ন হ’ব নথি পৰীক্ষণ […]

Assam Floods: Over 27 Lakh Hectares Affected Across 35 Districts in 25 Years

Assam has also experienced widespread and repeated destruction by floods in the last 25 years, where over 27 lakh hectares of area have been hit in 35 districts, based on a new report prepared by the State Revenue and Disaster Management Department. The results bring out the chronic exposure of the state to floods during […]

টোল কৰ দিয়া সকললৈ ভাল খবৰ

টোল কৰৰ নামত আৰু হাৰাশাস্তিৰ সন্মুখীন হব নালাগে।ব্যক্তিগত যানবাহনৰ গৰাকীলৈ বাম্পাৰ অফাৰ ।মাত্ৰ ৩০০০ টকাত পাৰ হব পাৰিব ২০০ টোলগেট। মাত্র ৩ হাজাৰ টকাত পাৰ হওক ২০০টা টোলগেট।এবছৰৰ বাবে ৩ হাজাৰ টকাৰে ৰিচাৰ্জ কৰক FASTag আৰু ২০০টা টোলগেট পাৰ হওক।কেৱল ব্যক্তিগত বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই আঁচনি।১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব FASTagৰ এই নতুন নিয়ম।কেন্দ্ৰীয় […]

তথাকথিত ইউটিউবাৰ ৰাব্বানি স্বয়ম নিৰুদ্দেশ!

তথাকথিত ইউটিউবাৰ ৰাব্বানি স্বয়মক বিচাৰি আৰক্ষীৰ অভিযান। সোমাবাৰে দিছপুৰ থানাত হাজিৰৰ নিৰ্দেশ দিয়াৰ পিছৰে পৰা পলাতক ৰাব্বানি স্বয়ম। সোমাবাৰে থানাত হাজিৰ নোহোৱাত নিশা ৰাব্বানিক বিচাৰি অভিযান চলাইছিল দিছপুৰ আৰক্ষীয়ে। ৰাব্বানিৰ ভাড়াঘৰত আৰক্ষীয়ে চলাইছিল অভিযান। আৰক্ষী অহাৰ উমান পাই পলায়ন কৰে ৰাব্বানি স্বয়মে। দেওবাৰে আমৰ বাবে ছয়মাইলত ২ ব্যৱসায়ীক চুৰিকাঘাট কৰিছিল ৰাব্বানি স্বয়মে। চুৰিকাঘাট কৰা ঘটনাৰ […]

Wordpress Social Share Plugin powered by Ultimatelysocial