উন্নয়নৰ কথা কোৱা চৰকাৰে এবাৰ ডুমডুমালৈ আহক

পুখুৰী নে ৰাজপথ ধৰিবই নোৱাৰি। তিনিচুকীয়া জিলাৰ চাহ নগৰীৰ বুকুৱেদি যোৱা ঘাইপথটি হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। এই পথেৰেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থী সকলে পৰশুৰামকুণ্ডলৈ যায়। এই ডুমডুমাৰ নাতিদূৰৈতেই অৱস্থিত ভূপেন হাজৰিকা সেতু। এই বৃহত্তম দলংখন চাবলৈ দেশ বিদেশৰ পৰ্যটকৰ দৈনন্দিন সোঁত বৈ আছে। কিন্তু ডিজিটেল অসমৰ কথা কৈ উফাইদাং মৰা শাসক চৰকাৰৰ বৰমুৰীয়া সকলৰ […]
মোৰ মুখ চাই মোক ভোট দিব নালাগে ! মোৰ কামৰ খতিয়ান চাই মোক ভোট দিয়ক” গৰিবৰ বন্ধু চুৰহাব উদ্দীনৰ আহ্বান

দ্বিতীয় পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই আকৰ্ষণীয় হৈ পৰিছে প্ৰাৰ্থী সকলৰ মাজত তৎপৰতা। অন্যান্য ৰাজনৈতিক দলসমূহৰ সমান্তৰালকৈ তীব্ৰ ভাবে নিৰ্বাচনী যুঁজত নামিছে পূৰ্বৰ বৰঘুলী গাঁও পঞ্চায়তৰ সভাপতি তথা বৰ্তমানৰ বৰঘুলী আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী চুৰহাব উদ্দীন চাহাব। সহস্ৰাধিক লোকৰ উপস্থিতিত গৰৈমাৰীত অনুষ্ঠিত এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিগত বৰ্ষৰ […]
ধুবুৰীত শ্ৰমিক দিৱসৰ দিনা এগৰাকী সমাজ সেৱকৰ ব্যতিক্ৰমী পদক্ষেপ

আজি ১ মে’ আন্তঃজাৰ্তিক শ্ৰমিক দিৱস। মে মাহৰ প্ৰথম দিনটোতেই শ্ৰমিক দিৱসৰ পালন কৰা হয় বহু দেশত। শ্ৰমিক দিৱসৰ আজিৰ দিনটোতেই ধুবুৰীত এগৰাকী সমাজ সেৱকে গ্ৰহণ কৰিলে ব্যতিক্ৰমী পদক্ষেপ। ধুবুৰী চহৰৰ বাট পথত চেণ্ডেল নোহোৱাকৈ শ্ৰম কৰি থকা শ্ৰমিক সকলক নিজ হাতেৰে এযোৰ চেণ্ডেল দিলে দিপাংকৰ মজুমদাৰ নামৰ লোকজনে। চেণ্ডেলযোৰ লোৱাৰ পিছতেই শ্ৰমিকৰ মুখত বিৰিঙিল […]
অসমৰ ATM ত লুটপাট চলোৱা ডকাইত আৰক্ষীৰ জালত

বশিষ্ঠ আৰক্ষীৰ জালত দেশৰ এটা MOST WANTED ডকাইত। হাৰিয়ানাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় দুধৰ্ষ ডকাইতটোক।দুধৰ্ষ ডকাইতটোৰ নাম ৰাহুল। অসমৰ ATM ত লুটপাট চলাইছিল ৰাহুলে।১৪ এপ্ৰিলত কইনা ধৰাৰ পৰা ATM ভাঙি লুটিলে ৫ লাখ টকা। ৫ জনীয়া এটা গেঙে সংঘটিত কৰিছিল এই ডকাইতি কাণ্ডটো।ইয়াৰ দুটা অসমৰ,বাকী কেইজন বহিঃ ৰাজ্যৰ।গেংটোৰ মূল মাষ্টাৰমাইণ্ড আছিল ৰাহুল।৫.৫০ লাখ টকা লৈ […]
নাজিৰাত বিহুৰ বতৰতে সন্ধানহীন উদিয়মান কন্ঠশিল্পী মিন্টু হাজৰিকা

নিজ গৃহৰ পৰাই সন্ধানহীন উদিয়মান যুৱ কন্ঠশিল্পী মিন্টু হাজৰিকা। মংগলবাৰে সন্ধিয়া প্ৰায় ৭ঃ৩০ বজাত নাজিৰা আমোলাপট্টি ৬ নং ৱাৰ্ডৰ নিজা বাসগৃহৰ পৰা ওলাই গৈ ৰহস্যজনক ভাৱে সন্ধানহীন হৈ পৰে যুৱ কন্ঠশিল্পী জন। শেহতীয়াকৈ ঘৰৰপৰা কিছুনিলগত দিখৌ নদীৰ সমীপত এযোৰ চেণ্ডেল উদ্ধাৰ হোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লোক।উদ্ধাৰ হোৱা ছেণ্ডেল যোৰ উক্ত যুৱক জনৰে হব […]
Assam HS Results 2025: Baksa’s 95% Pass Rate Steals the Spotlight, Cachar at the Bottom

The Assam State School Education Board (ASSEB) officially announced the Higher Secondary (HS) Results 2025 today at 9 AM. The results for Arts, Science, Commerce, and Vocational streams are now available online for over 3 lakh students who appeared for the exams. Arts Stream: Highest Participation, Steady Performance A total of 2,26,756 students appeared in […]
মহিলাক অসন্মান নকৰিব, মুখ্যমন্ত্ৰীক সকীয়নি কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক সমালোচনা কৰি মন্তব্য কৰিছিল যে কংগ্ৰেছৰ দিনত মহিলা সকলে বক্ৰ পথেৰে চাকৰি লৈছিল। চাকৰি ল’বৰ বাবে টকাৰ বাহিৰেও নকৰিবলগীয়া কাম কৰিছিল অসমৰ মহিলা সকলে। মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্যৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তেজপুৰৰ এখন নিৰ্বাচনী সভাত এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে। এই মন্তব্যক লৈ জাঙুৰ খাই উঠিছে মহিলা কংগ্ৰেছৰ […]
Assam HS 2025 Results to Be Declared Tomorrow at 9 AM: Here’s How to Check

The Assam State School Education Board (ASSEB) has officially announced that the results for the Higher Secondary (HS) 2025 examinations will be declared tomorrow, 30th April, at 9:00 AM. The results will cover all streams—Arts, Science, Commerce, and Vocational, bringing an anxious wait to an end for over 3 lakh students across Assam.This year, a […]
সাৱধান হওক, যদি আপোনাৰ আধাৰ কাৰ্ড আছে NRCত নাম নাই

অবৈধ, বিদেশী নাগৰিকক লৈ কঠোৰ ৰাজ্য চৰকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকীয়নি। NRCত নাম নোহোৱা আৰু আধাৰ কাৰ্ড থকা সকললৈ মুখ্যমন্ত্ৰীৰ সকীয়নি। যিসকলে NRC নথকাকৈ আধাৰ কাৰ্ড বনাইছিল তেওঁলোকৰ আধাৰ নম্বৰ বিকল কৰা হ’ব। অবৈধ, বিদেশী নাগৰিকক চিনাক্তকৰণৰ বাবে কঠোৰ হব চৰকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। কোনোপধ্যে NRCত নাম নথকা লোকক আধাৰ কাৰ্ড […]
বৰ্তমান জেলৰ আলহী বিধায়ক আমিনুল ইছলাম

আৰক্ষীৰ জালত বিধায়ক আমিনুল ইছলাম। বৃহস্পতি বাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধিঙৰ বিধায়কগৰাকীক। জন্মু কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ ভাৰত বিৰোধী মন্তব্য কৰি বিপদত পৰিছে বিধায়ক আমিনুল ইছলাম। পেহেলগামৰ সন্ত্ৰাসবাদীৰ ঘটনাৰে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী জড়িত আছে বুলি মন্তব্য কৰিছিলবিধায়ক আমিনুল ইছলামে। পুলৱামাৰ বোমাতংকৰ লগতো চৰকাৰ জড়িত আছিল বুলি বিতৰ্কিত মন্তব্য কৰিছিল আমিনুল ইছলামে। তাৰ পিছতে ধিঙৰ বিধায়কগৰাকীৰ […]