আশ্ৰাফুল হুছেইনৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈৰ

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ’লে অসমৰ মুছলমানসকল বিপদত পৰিব বুলি মন্তব্য কৰিছিল এ আই ইউ দি এফৰ বিধায়ক আশ্ৰাফুল হুছেইনে। আশ্ৰাফুল হুছেইনৰ মন্তব্যৰ বিৰোধীতা কৰি বসন্ত গগৈয়ে কয় যে সামগ্ৰিক পৰিবেশৰ ,অসমীয়া ৰাইজৰ অধিকাৰৰ স্বাৰ্থত ,খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত , কা আইনৰ পৰা অসমক আঁতৰত ৰখাৰ স্বাৰ্থত আমি ছয় জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছো। আই এম দি টি আইন […]
তামুলপুৰৰ নাওকাটাত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ তিনি ঘন্টীয়া অনশন

শৰণীয়া কছাৰী বন্ধ হৈ থকা জনজাতিয় প্ৰমাণ পত্ৰ অতি শীঘ্ৰেই মুকলি কৰা আৰু শৰনীয়া কছাৰী সকলৰ স্বায়ত্ব শাসিত পৰিষদ প্ৰদানৰ দাবীত নাওকাটা চকৰ মাজমজিয়াত এই অনশন কাৰ্যসূচী ৰূপায়ন কৰে। পুৱ ডেফেলি আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থা , মহৰিপাৰা শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ পূব ডেফেলি আঞ্চলিক শৰনীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চ মহৰিপাৰা আঞ্চলিক শৰণীয়া কছাৰী নাৰী […]
ৰঙিয়া মহাবিদ্যালয়ৰ নিচেই সমীপতে স্থাপিত সুৰাৰ বিপণীক লৈ অতিষ্ঠ ছাত্ৰ সমাজ

কেৱল মাত্ৰ ব্যৱসায়িক স্বাৰ্থত বিনষ্ট শৈক্ষিক পৰিৱেশ। সন্ধিয়া হ’লেই সুৰাৰ আদ্দাত পৰিণত অঞ্চলটোকলৈ তীব্ৰ ক্ষোভ ছাত্ৰ সন্থা তথা সচেতন মহলৰ। অচিৰেই ৱাইন শ্বপ দুখন বন্ধৰ দাবী ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সন্থা, ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ৰঙিয়া মহাবিদ্যালয়ৰ আছু গোটৰ। উল্লেখ্য যে, ঐতিহ্যমণ্ডিত ৰঙিয়া মহাবিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী তথা সমগ্ৰ অঞ্চলটোৰ শৈক্ষিক পৰিৱেশক সম্পূৰ্ণ বিনষ্ট কৰি ৱাইন […]