এখন ছাত্ৰশূণ্য চৰকাৰী আইন মহাবিদ্যালয়
মহাবিদ্যালয়খনৰ নাম চৰকাৰী আইনমহাবিদ্যালয়,ৰঙিয়া। প্ৰায় ডেৰ বছৰ পূৰ্বে চৈধ্য কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল এই চৰকাৰী আইন মহাবিদ্যালয়খন। গুৰুত্ব নাই অসমৰ ব্যাগোম শিক্ষা বিভাগৰ। মহাবিদ্যায়খন বাহিৰে-ভিতৰে চূণ তেল সানি,শীত তাপ নিয়ন্ত্ৰিত যন্ত্ৰ লগাই আটকধুনীয়া কৰা হ’ল থিকেই কিন্তু আজিলৈ আৰম্ভণিহে কৰা নহ’ল পাঠদান। মহাবিদ্যালয়খনত শিক্ষাদান আৰম্ভ হ’লে উপকৃত হ’ব ৰঙিয়াৰ লগতে কাষৰীয়া অঞ্চলসমূহৰ […]
ৰঙিয়াত কলেজীয়া শিক্ষাৰ্থীৰ অভিনৱ প্ৰতিবাদ
বিলাসী গাড়ীত ভ্ৰমণ কৰা বিধায়কে নুবুজে শিক্ষাৰ্থী তথা সাধাৰণ ৰাইজৰ দুশ-দুৰ্দশা,এই অভিযোগ ছাত্ৰ সমাজৰ। পথৰ দুৰৱস্থা, মহাবিদ্যালয়ৰ কাষতেই থকা সুৰাৰ বিপণী বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সমাজে । ৰঙিয়া নগৰৰ পৰা মহাবিদ্যালয় খনলৈ যোৱা মূল পথত ঠায়ে ঠায়ে পুখুৰী সদৃশ গাঁত। দীৰ্ঘদিনৰ পৰা পথৰ দুৰৱস্থাই জুৰুলা কৰি আহিছিল শিক্ষাৰ্থী তথা পথচাৰি সকলক। উক্ত […]
ৰঙিয়া মহাবিদ্যালয়ৰ নিচেই সমীপতে স্থাপিত সুৰাৰ বিপণীক লৈ অতিষ্ঠ ছাত্ৰ সমাজ
কেৱল মাত্ৰ ব্যৱসায়িক স্বাৰ্থত বিনষ্ট শৈক্ষিক পৰিৱেশ। সন্ধিয়া হ’লেই সুৰাৰ আদ্দাত পৰিণত অঞ্চলটোকলৈ তীব্ৰ ক্ষোভ ছাত্ৰ সন্থা তথা সচেতন মহলৰ। অচিৰেই ৱাইন শ্বপ দুখন বন্ধৰ দাবী ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সন্থা, ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ৰঙিয়া মহাবিদ্যালয়ৰ আছু গোটৰ। উল্লেখ্য যে, ঐতিহ্যমণ্ডিত ৰঙিয়া মহাবিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী তথা সমগ্ৰ অঞ্চলটোৰ শৈক্ষিক পৰিৱেশক সম্পূৰ্ণ বিনষ্ট কৰি ৱাইন […]