Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

LPG গ্ৰাহকৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা ঘৰুৱা ৰন্ধন গেছ বুকিঙৰ বাবে আপুনি সমস্যাত নপৰে আপুনি। ৰন্ধন গেছ বুকিঙৰ বাবে দুটাকৈ নতুন ফোন নম্বৰ মুকলি কৰিলে IOCLএ। ঘৰুৱা ৰন্ধন গেছ বুকিঙৰ বাবে মুকলি হল দুটাকৈ নম্বৰ।

এতিয়াৰে পৰা ঘৰুৱা ৰন্ধন গেছ বুকিঙৰ বাবে আপুনি সমস্যাত নপৰে।আজিয়েই আপোনাৰ মোবাইলত Save কৰি ৰাখক দুটাকৈ নম্বৰ। 8927225667 , 8391990070
এই নম্বৰ দুটাত যোগাযোগ কৰি
বুকিং কৰিব পাৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। IOCLয়ে মুকলি কৰিলে এই বিশেষ নম্বৰ।
এটা মিছকল দিলেই ঘৰে ঘৰে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Wordpress Social Share Plugin powered by Ultimatelysocial