Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

ৰাজ্যত বতৰ বিজ্ঞান কেন্দ্ৰ দিছে এলাৰ্ট। পুনৰ ৰাজ্যত বতৰে লব ভয়ংকৰ ৰূপ।
১১খনকৈ জিলাত প্ৰবল বৃষ্টিপাতৰ আগজাননী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। সকলোকে সতৰ্ক হবলৈ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ।


কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই দিছে ইয়েল্ল’ এলাৰ্ট। কেইবাখনো জিলালৈ অৰেঞ্জ এলাৰ্ট জাৰি। প্ৰান্তে প্ৰান্তে মুষলধাৰ বৰষুণ, বিজুলী, ঢেৰেকনিৰ অহাৰ সম্ভাৱনা। ওদালগুৰি, কামৰূপ মেট্ৰ, দৰঙত বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি। মৰিগাঁও, শোণিতপুৰ, নগাঁও, বিশ্বনাথতো বৃষ্টিপাতৰ আগজাননী।
লখিমপুৰ, তিনিচুকীয়া, ধেমাজীতো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ।

Wordpress Social Share Plugin powered by Ultimatelysocial