চাপৰত উচ্ছেদিতৰ কাষত অখিল গগৈ। অখিল গগৈৰ মতে
সংখ্যালঘুৰ ওপৰত দাদাগিৰি চলাইছে চৰকাৰে। মুখ্যমন্ত্ৰীক স্পষ্টকৈ কৈছোঁ ৫০০ বিঘা মাটি দিব লাগে।ধুবুৰীৰ চাপৰত উপস্থিত হৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য। বাইকত উঠি উচ্ছেদিতৰ খবৰ লবলৈ গৈছিল অখিল গগৈ। সেই সময়তে ৰাজপথত অখিলক ৰখালে আৰক্ষীয়ে। অখিলক আটক কৰিলে ধুবুৰী আৰক্ষীয়ে। আটক কৰাৰ পিছতেই বিস্ফোৰক মন্তব্য অখিল গগৈৰ।