Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

“বেআইনী ভাৱে উচ্ছেদ চলাইছে চৰকাৰে’

চাপৰত উচ্ছেদিতৰ কাষত অখিল গগৈ। অখিল গগৈৰ মতেসংখ্যালঘুৰ ওপৰত দাদাগিৰি চলাইছে চৰকাৰে। মুখ্যমন্ত্ৰীক স্পষ্টকৈ কৈছোঁ ৫০০ বিঘা মাটি দিব লাগে।ধুবুৰীৰ চাপৰত উপস্থিত হৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য। বাইকত উঠি উচ্ছেদিতৰ খবৰ লবলৈ গৈছিল অখিল গগৈ। সেই সময়তে ৰাজপথত অখিলক ৰখালে আৰক্ষীয়ে। অখিলক আটক কৰিলে ধুবুৰী আৰক্ষীয়ে। আটক কৰাৰ পিছতেই বিস্ফোৰক মন্তব্য অখিল গগৈৰ।

পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ডিজিটেল ষ্ট্ৰাইক অব্যাহত

এইবাৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰীৰ X একাউণ্ট ভাৰতত ব্লক কৰিলে চৰকাৰে। পূৰ্বে পাকিস্তানীৰ ইউটিউব, ইন্সটাগ্ৰামৰ একাউন্ট নিষিদ্ধ কৰিছিল চৰকাৰে।প্ৰাক্তন বৈদেশিক মন্ত্ৰী বিলোৱাল ভূট্টো জৰ্দাৰীৰ X একাউণ্টত প্ৰতিবন্ধকতা ভাৰতৰ। সকলো ক্ষেত্ৰতে ভাৰতে বয়কট কৰিছে পাকিস্তানক। পাকিস্তানক ইটোৰ পিছত সিটোকৈ শাস্তি দিছে ভাৰত চৰকাৰে। পাকিস্তানৰ সৈতে সকলো সামগ্ৰীৰ আমদানি-ৰপ্তানি বন্ধ কৰিলে ভাৰতে। ভাৰতৰ জলৰেখাতো প্ৰৱেশ নিষেধ পাকিস্তানী জাহাজৰ। […]

৩৩ বছৰীয়া চাকৰি জীৱনত ৫৭ বাৰ ট্ৰান্সফাৰ হোৱা এজন IAS বিষয়া

চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে অকলেই যুঁজ দিছিল তেওঁ। বিষয়া জনে কৈছিল ‘মই মোৰ চাকৰিৰ জীৱনত দুৰ্নীতিক প্ৰশ্ৰয় নিদিওঁ’। অৱশেষত পৰিণাম- ৫৭ বাৰ ট্ৰান্সফাৰ।দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়া এজন IAS বিষয়াৰ কাহিনী এতিয়া চৰ্চাত।নাম- অশোক খেমকা।৩০ এপ্ৰিলত অৱসৰ ললে বিষয়া গৰাকীয়ে হাৰিয়ানাৰ পৰিবহণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে অৱসৰ ললে বিষয়া গৰাকীয়ে। চাকৰি জীৱনত চৰকাৰৰ দুনীৰ্তিৰ বিৰুদ্ধে মাত মতাৰ […]

মোৰ মুখ চাই মোক ভোট দিব নালাগে ! মোৰ কামৰ খতিয়ান চাই মোক ভোট দিয়ক” গৰিবৰ বন্ধু চুৰহাব উদ্দীনৰ আহ্বান

দ্বিতীয় পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই আকৰ্ষণীয় হৈ পৰিছে প্ৰাৰ্থী সকলৰ মাজত তৎপৰতা। অন্যান্য ৰাজনৈতিক দলসমূহৰ সমান্তৰালকৈ তীব্ৰ ভাবে নিৰ্বাচনী যুঁজত নামিছে পূৰ্বৰ বৰঘুলী গাঁও পঞ্চায়তৰ সভাপতি তথা বৰ্তমানৰ বৰঘুলী আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী চুৰহাব উদ্দীন চাহাব। সহস্ৰাধিক লোকৰ উপস্থিতিত গৰৈমাৰীত অনুষ্ঠিত এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিগত বৰ্ষৰ […]

মহিলাক অসন্মান নকৰিব, মুখ্যমন্ত্ৰীক সকীয়নি কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক সমালোচনা কৰি মন্তব্য কৰিছিল যে কংগ্ৰেছৰ দিনত মহিলা সকলে বক্ৰ পথেৰে চাকৰি লৈছিল। চাকৰি ল’বৰ বাবে টকাৰ বাহিৰেও নকৰিবলগীয়া কাম কৰিছিল অসমৰ মহিলা সকলে। মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্যৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তেজপুৰৰ এখন নিৰ্বাচনী সভাত এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে। এই মন্তব্যক লৈ জাঙুৰ খাই উঠিছে মহিলা কংগ্ৰেছৰ […]

শদিয়া সমষ্টিৰ পঞ্চায়তৰ ৱাৰ্ডে ৱাৰ্ডে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ

সমাগত পঞ্চায়ত নিৰ্বাচন ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে প্ৰাৰ্থী সকলে ৷ বিভিন্ন পঞ্চায়তৰ ৱাৰ্ডে ৱাৰ্ডে নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে । সমান্তৰালকৈ শদিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত কাকপথাৰ গাঁও পঞ্চায়তৰ বিজেপি সৰ্মথিত প্ৰাৰ্থী সকলক জয় কৰা লক্ষ্যৰে নামি পৰিছে দলীয় কৰ্মী । পঞ্চায়তটোৰ ৯ নম্বৰ ৱাৰ্ডৰ দ-পথাৰ গাঁৱত বিজেপি কৰ্মকৰ্তা সকলে চলাইছে […]

ভাৰতকে ধৰি ৭৫খন দেশলৈ সকাহ ডনাল্ড ট্ৰাম্পৰ

ডনাল্ড ট্ৰাম্পে সাময়িক ভাৱে স্থগিত কৰিলে নতুন কৰ আৰোপৰ সিদ্ধান্ত। ৯০ দিনৰ বাবে স্থগিত নতুন কৰ আৰোপৰ সিদ্ধান্ত।চীনৰ ক্ষেত্ৰত ট্ৰাম্পৰ কঠোৰ সিদ্ধান্ত। চীনা সামগ্ৰীৰ ওপৰত ১২৫% কৰ আৰোপ কৰিলে ট্ৰাম্পে। ভাৰতৰ ওপৰত ২৬% কৰ আৰোপ কৰিছিল ডনাল্ড ট্ৰাম্পে। নিজৰ ইচ্ছা মতে আমেৰিকান সামগ্ৰীৰ ওপৰত কোনো দেশে যাতে কৰ আৰোপ কৰিব নোৱাৰে তাৰ বাবে ভাৰতকে ধৰি […]

दिल्ली चुनाव में AAP की हार: क्या बिगाड़ा खेल?

दिल्ली में तीन बार सत्ता संभालने वाली आम आदमी पार्टी (AAP) को इस बार बड़ा झटका लगा। 2013 से लगातार मजबूत हो रहे अरविंद केजरीवाल ब्रांड को जनता ने इस बार नकार दिया। भ्रष्टाचार और जेल का असर शराब घोटाले और मनी लॉन्ड्रिंग के आरोपों में सत्येंद्र जैन, मनीष सिसोदिया और खुद केजरीवाल के जेल […]

মাটিৰ খাজানা দিয়া নাই যদি আজিয়ে দিয়ক

আপুনিও আদায় দিয়া নাই নেকি মাটিৰ খাজানা। মাটিৰ খাজানা নিদিয়া সকললৈ জৰুৰী খবৰ। এতিয়াৰে পৰা খাজানা দিয়া হ’ব অতিকৈ সহজ। অনলাইন অফলাইন দুয়োটা পদ্ধতিত দিব পাৰিব মাটিৰ খাজানা। অনলাইন QR স্কেন কৰিয়ে দিব পাৰিব খাজানা। অনলাইন পদ্ধতিত খাজানা দিয়াৰ সহজ পদ্ধতি ঘোষণা চৰকাৰৰ।কেৱল অনলাইনে নহয়, অফলাইন মাধ্যমেৰেও দিব পাৰিব মাটিৰ খাজানা। সকলো জিলাৰ মৌজাদাৰ আৰু […]

DELHI CM ATISHI UNDER THREAT?

Arvind Kejriwal, the leader of the AAP, has made allegations against central agencies. AAP leader accuses them of conspiring to arrest Delhi CM Atishi, in a false case ahead of the elections. KEJRIWAL ACCUSES CENTRAL AGENCIES OF PLOTTING TO ARREST ATISHI Arvind Kejriwal claimed that central agencies were planning to arrest Atishi, a prominent leader […]

Wordpress Social Share Plugin powered by Ultimatelysocial