Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ হৈ পৰিছে অসুস্থ। নিশা অসুস্থ হৈ পৰে জুবিন। চিনেমা চাই থকা সময়ত অসুস্থতা অনুভৱ কৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব গৰাকীয়ে। নিশাই নেমকেয়াৰ হাস্পাতালত ভৰ্তি কৰোৱা হয় জুবিন গাৰ্গক। জ্বৰৰ বাবে নিশা অসুস্থতা অনুভৱ কৰে বুলি চিকিত্সকে জনাই। ইতিমধ্যে চিন্তাৰ কোনো কাৰণ নাই বুলি জনাইছে চিকিত্সকে। অৱশ্যে নিৰিক্ষণত ৰখা হব জুবিন গাৰ্গক। কেইবাটাও চিকিত্সা পৰীক্ষা কৰা হৈছে জুবিনৰ। কাইলৈ পুনৰ জুবিন গাৰ্গৰ কৰোৱা হব চিকিত্সা পৰীক্ষা। সম্পূৰ্ণ চিকিত্সকৰ নিৰিক্ষণতে ৰখা হব জুবিন গাৰ্গক।

Wordpress Social Share Plugin powered by Ultimatelysocial