Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

চিনাক্ত কৰা হৈছে সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণকাৰীক। বৃহস্পতিবাৰে আৰক্ষীৰ সন্মুখতেই সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰিছিল ৭,৮ জনীয়া দুৰ্বৃত্তই। ৰূপহীহাটৰ গুবাবড়ীত এখন দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল সাংসদ গৰাকী। নিজৰ বাহনৰ পৰা নমাৰ পিছতে আক্ৰমণ কৰে দুৰ্বৃত্তই। ইতিমধ্য চিনাক্ত কৰা হৈছে আটাইকেইজন দুৰ্বৃত্তক। আক্ৰমণ কৰাকেইজন ক্ৰমে
জাহাংগীৰ, হাৰুণজামতুলা, হৰেশবশিৰ কাছেম,মজিবুৰ, লুতকিয়ৰ খালেদ, ৰচিবুল আয়ুব। সদনত আটাইকেইজনৰে নাম প্ৰকাশ কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Wordpress Social Share Plugin powered by Ultimatelysocial