Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত লুৰিণৰ প্ৰসংগ। লুৰিণজ্যোতি গগৈক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পন কৰিছে বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ। ধন্যবাদ দিব নোৱাৰে নিদিব, কিন্তু জাতিটোৰ বাবে কৰা ভাল কামৰ সমালোাচনা নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। লুৰিণৰ গাত ৰাইজৰ অভিশাপ লাগিব বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ। আজিলৈ কোনখন চৰকাৰে বেদখলকাৰীক উচ্ছেদ কৰিব পাৰিছিল। নিজকে অসমীয়া বুলি ক’বলৈ লুৰীণজ্যোতি গগৈয়ে লাজ পাব লাগে, মুখ্যমন্ত্ৰীয়ে মাটি উচ্ছেদ কৰি আদানীক দিব বুলি মন্তব্য কৰা লুৰীণজ্যোতি গগৈক তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Wordpress Social Share Plugin powered by Ultimatelysocial