Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

ফেচবুক লাইভযোগে ক্ষোভ উজাৰিলে জুবিন অনুৰাগীয়ে।জেনেৰেটৰ ডিজেল নাই পোহৰ ভাল পোৱা জুবিন দাই থাকিব লগা হ’ল অন্ধকাৰত। জুবিন দাই গোটেই অসম খনৰ কাৰণে ক’ত কি কৰি থৈ গৈছে।
‘জুবিনক্ষেত্রত তেল জেনেৰেটৰ কোনে দিয়ে ?
‘চৰকাৰে দিয়ে ন, হিমন্তক সুধক’।


জুবিনক লৈ অবহেলা কৰিছে সকলোৱে।জুবিনক্ষেত্রত উপস্থিত হৈ অন্ধকাৰ দেখি এইদৰে খঙত অগ্নিশৰ্মা হৈ পৰিল জুবিন অনুৰাগী।
কিয় জুবিনক্ষেত্রক লৈ ইমান অৱহেলা?নিৰ্বাচনৰ ধামখুমিয়াত এইদৰে অৱহেলিত হৈ ৰব নেকি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ? কেতিয়াবা অন্ধকাৰত, কেতিয়াবা মুষলধাৰ বৰষুণত আমাৰ হিয়াৰ আমঠু।অসম গৌৰৱ আজি ইমান অৱহেলিত কিয়?

Leave a Reply

Your email address will not be published. Required fields are marked *

Wordpress Social Share Plugin powered by Ultimatelysocial