Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে TET Cum Recruitment Testৰ GT আৰু PGT নিযুক্তিৰ দ্বিতীয় তালিকা ভেৰিফিকেচনৰ বাবে অচিৰেই প্ৰকাশ হ’ব বুলি ঘোষণা কৰিছে।TET Cum Recruitment Testক লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কৰিলে ডাঙৰ ঘোষণা l ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে ঘোষণা কৰে যে ‘বৰ্তমান চলি থকা প্ৰমাণপত্ৰ পৰীক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত, বিজ্ঞাপিত পদৰ বিপৰীতে খালী পদ উপলব্ধ থকা পৰিস্থিতিত দ্বিতীয়খন তালিকা সত‍্যাপনৰ বাবে প্ৰকাশ কৰা হ’ব।শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ এই ঘোষণাৰ পিছতে ৰাজ্যৰ একাধিক TET Cum Recruitment Testৰ প্ৰাৰ্থীৰ মাজত আহিছে আশাৰ বতৰা।

Wordpress Social Share Plugin powered by Ultimatelysocial