Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

“সন্ত্ৰাসবাদীক পুলিয়ে-পোখাই উভালি পেলোৱা হ’ব” প্ৰধানমন্ত্ৰী মোদীৰ হুংকাৰ

পেহলগামত সংঘটিত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই উতলি আছে ১৪০ কোটি ভাৰতীয়। প্ৰতিগৰাকী ভাৰতীয়ই প্ৰতিশোধ বিচাৰিছে। দেওবাৰে ‘মন কি বাত’ অনুষ্ঠানৰ আৰম্ভণিতেই প্ৰধানমন্ত্ৰী মোদীয়ে পেহলগামৰ আক্ৰমণক গৰিহণা দিয়ে। পেহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা উল্লেখ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে সন্ত্ৰাসবাদীক কঠোৰ সকিয়নী প্ৰদান কৰে। ‘মন কি বাত’ অনুষ্ঠানৰ প্ৰথম ৬ মিনিটত পেহলগামৰ বিষয়ে মন্তব্য কৰে মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে […]

How Lip Scrubs Can Save Your Chapped Lips + Easy DIY Recipes

Dry, flaky lips are common, especially during harsh weather. While lip balm helps, sometimes it’s not enough. That’s where lip scrubs come in — they gently remove dead skin, making your lips soft, smooth, and ready to absorb moisture better. Unlike balms that just coat your lips, lip scrubs exfoliate, boost blood flow, and even […]

Either Our Water or Their Blood Will Flow: Bilawal’s Threat Sparks India-Pakistan Row

Tensions between India and Pakistan have sharply escalated after India’s suspension of the Indus Waters Treaty following the deadly terror attack in Pahalgam, Jammu and Kashmir, which left 26 tourists dead. In a provocative statement, Pakistan Peoples Party (PPP) chief Bilawal Bhutto-Zardari warned India that “either our water or their blood will flow,” indicating the […]

পাকিস্তান নহয়, ভাৰত জড়িত পেহলগামৰ ভয়ংকৰ নৰসংহাৰত

পেহলগামৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা নাই লস্কৰৰ ছাইফুল্লাই। জম্মু-কাশ্মীৰৰ পেহলগামত হোৱা নৰসংহাৰত এতিয়ালৈকে ২৮ জন লোকৰ মৃত্যু হৈছে। এই ভয়ংকৰ ঘটনাত আহত বহুতো লোক। এই দায়িত্বৰ কথা স্বীকাৰ কৰিছে টি আৰ এফে। চোৰাংচোৱাৰ মতে টি আৰ এফে এই ঘটনা সংঘটিত কৰিছিল যদিও ঘটনাৰ মূল মাষ্টাৰমাইণ্ড ছাইফুল্লাহ। সমগ্ৰ আক্ৰমণৰ ঘটনাৰ পৰিকল্পনা পাকিস্তানৰ পৰা কৰিছিল ছাইফুল্লাহে। তেওঁ […]

What Is the Indus Waters Treaty? Know how Its Suspension Impacts Pakistan

The Indus Waters Treaty (IWT), signed in 1960, is a landmark water-sharing agreement between India and Pakistan, brokered by the World Bank. It governs the distribution and usage of six rivers in the Indus River system—a vital water source for millions in both countries. However, recent tensions following the Pahalgam terror attack have led India […]

पहलगाम हमले के बाद एक्शन में सुरक्षाबल, स्थानीय आतंकियों के घरों पर चला बुलडोजर और बम

जम्मू-कश्मीर के पहलगाम में 22 अप्रैल को हुए आतंकी हमले के बाद सुरक्षा बलों की कार्रवाई तेज़ हो गई है। इस हमले में शामिल स्थानीय आतंकी आदिल हुसैन थोकर के अनंतनाग जिले के बिजबेहरा स्थित घर को बम से उड़ा दिया गया। आदिल थोकर, जिसे आदिल गुरी के नाम से भी जाना जाता है, पर […]

বৰ্তমান জেলৰ আলহী বিধায়ক আমিনুল ইছলাম

আৰক্ষীৰ জালত বিধায়ক আমিনুল ইছলাম। বৃহস্পতি বাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধিঙৰ বিধায়কগৰাকীক। জন্মু কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ ভাৰত বিৰোধী মন্তব্য কৰি বিপদত পৰিছে বিধায়ক আমিনুল ইছলাম। পেহেলগামৰ সন্ত্ৰাসবাদীৰ ঘটনাৰে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী জড়িত আছে বুলি মন্তব্য কৰিছিলবিধায়ক আমিনুল ইছলামে। পুলৱামাৰ বোমাতংকৰ লগতো চৰকাৰ জড়িত আছিল বুলি বিতৰ্কিত মন্তব্য কৰিছিল আমিনুল ইছলামে। তাৰ পিছতে ধিঙৰ বিধায়কগৰাকীৰ […]

দ্বৈত ৰেলপথ নিৰ্মাণৰ বাবে ভাঙি পেলোৱা হ’ব পুৰণি নামঘৰ, দুখত ভাগি পৰিছে ৰাইজ

লামডিং নামঘৰ। ৬৫ বছৰীয়া পুৰণি তথা ১৯৬০ চনতে লামডিঙৰ হৰুলংফাৰ বজাৰত স্থাপিত হৈছিল এই নামঘৰটি ৷ ৰেল চহৰত কৰ্ম ব্যস্ততাৰ মাজতো হৰিনাম ল’বলৈকে স্থাপন কৰি হৈছিল এই নামঘৰভাগিৰ ৷ কিন্তু আজি নামঘৰটিৰ নথকাৰ উপক্ৰম হৈছে ৷ নামঘৰটিৰ মনিকূটৰ স্থাপনা ভাগিক নতুন ঠাইৰ প্ৰয়োজন হৈছে ৷ কিয়নো ৰেল বিভাগৰ ফালৰ পৰা লামডিঙৰ প্ৰথম তথা আটাইতকৈ পুৰণি […]

পৰ্যটকক বচাবলৈ গৈ জীৱন দিয়া আদিল হুছেইনৰ জানাজা সম্পন্নজানাজাত উপস্থিত থাকে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা

পেহেলগামত হিন্দুক ৰক্ষা কৰি বুকুত গুলী খোৱা চৈয়দ আদিল হুছেইন জানাজা সম্পন্ন। হিন্দু পৰ্যটকক হত্যা কৰাত সন্ত্ৰাসবাদীক বাধা দিছিল আদিল হুছেইনে। এগৰাকী মহিলাক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল আদিলে। পেহেলগামত ঘোঁৰা চালক হিচাপে আছিল চৈয়দ আদিল হুছেইন শ্বাহ। আততায়ীৰ নৃশংসতাৰ বলি হ’ল কাশ্মীৰী যুৱকজনৰ মৃত্যুত শোক প্ৰকাশ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা।

Wordpress Social Share Plugin powered by Ultimatelysocial