Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

Parliament Takes Up Bill to Open India’s Nuclear Sector to Private Players

On Monday, the Lok Sabha introduced a pathbreaking legislation with the aim of throwing open India’s nuclear power sector to greater private sector participation. The legislation also proposes a comprehensive overhaul of the existing nuclear liability regime to encourage investment and streamline processes for nuclear energy development. The move marks a major policy shift as […]

গোৱালপাৰা মহাবিদ্যালয়ৰ কাণ্ডৰ সৈতে জড়িত অপৰাধীক কঠোৰ শাস্তিৰ দাবীৰে উত্তাল পৰিবেশ

গোৱালপাৰা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনাক কেন্দ্র কৰি আজি উত্তপ্ত হৈ পৰে মহাবিদ্যালয়ৰ পৰিবেশ। এগৰাকী হিন্দু ছাত্ৰীক শাৰীৰিক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে NSUI’ৰ এজন ছাত্ৰ নেতাৰ বিৰুদ্ধে। উল্লেখ্য যে বৃহস্পতিবাৰ অৰ্থাৎ ১১ ছেপ্তেম্বৰ তাৰিখে মহাবিদ্যালয়খনিৰ আদৰণি সভাৰ আনন্দ উল্লাসৰ মাজতে ছাত্ৰ একতা সভাৰ কক্ষত কলেজ খনৰ এগৰাকী ছাত্ৰীক NSUI’ৰ এজন ছাত্ৰ নেতা ফিৰোজ আহমেদে শাৰীৰিক হাৰাশাস্তি […]

এমাহৰ বাবে জেলত থাকিলেই প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীয়ে হেৰুৱাব পদবী

এমাহৰ বাবে জেলত থাকিলেই প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীয়ে হেৰুৱাব পদবী। দেশত খলকনি লগাইছে এখন বিধেয়কে।প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, মন্ত্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিয়ম শেহতীয়াকৈ লোকসভাত উত্থাপন হ’ল ৩খন বিতৰ্কিত বিধেয়ক । পিছে বিধেয়ককেইখন কি,কি১)কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰ (সংশোধনী) বিধেয়ক ২০২৫ ২)সংবিধান ১৩০ তম সংশোধনী) বিধেয়ক ২০২৫ ৩)আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক ২০২৫ উত্থাপন হল বিধেয়ক অনুসৰি প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে […]

HM Amit Shah Introduces Bills to Remove Arrested PMs, CMs, Ministers

A stormy session of Parliament erupted on Wednesday as Union Home Minister Amit Shah introduced three controversial bills aimed at removing the Prime Minister, Chief Ministers, or ministers if they are arrested and kept in custody for 30 consecutive days. The proposed laws — the Constitution (130th Amendment) Bill, the Government of Union Territories (Amendment) […]

বিৰোধী INDIA মহাজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা

বি সুদৰ্শন ৰেড্ডী হব বিৰোধীৰ প্ৰাৰ্থী। NDAৰ চি পি ৰাধাকৃষ্ণণৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব ৰেড্ডী পিছে বি সুদৰ্শন ৰেড্ডী কোন? আজি বিৰোধী INDIA মহাজোঁটেও ঘোষণা কৰে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ তথা গোৱাৰ প্ৰাক্তন লোকায়ুক্ত ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বি সুদৰ্শন ৰেড্ডীক ইণ্ডিয়া ব্লকৰ উপ-ৰাষ্ট্ৰপতি প্ৰাৰ্থী হিচাপে নিযুক্তি দিছেগুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ বি […]

उपराष्ट्रपति पद पर सीपी राधाकृष्णन की उम्मीदवारी: भाजपा की दक्षिण भारत में गहरी रणनीति

भारतीय जनता पार्टी (भाजपा) ने महाराष्ट्र के वर्तमान राज्यपाल सीपी राधाकृष्णन को राष्ट्रीय जनतांत्रिक गठबंधन (एनडीए) की ओर से उपराष्ट्रपति पद का उम्मीदवार घोषित किया है। यह फैसला पार्टी की शीर्ष निर्णय लेने वाली संस्था संसदीय बोर्ड की बैठक में लिया गया, जिसकी जानकारी भाजपा अध्यक्ष जेपी नड्डा ने दी। इस बैठक में सभी पहलुओं […]

অসমত SIRৰ দৰকাৰ নাই

SIR ক লৈ অসমৰ সংখ্যালঘু লোকক আতংকিত নহ’বলৈ আহ্বান জনালে অধিবক্তা আমান ওৱাদুদে। আমি ২০১৫ পৰা ১৯ লৈকে নাগৰিকত্ব প্ৰমাণ কৰিছোঁ। SIR জড়িয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা গৰাকীৰ। আনহাতে নথি-পত্ৰ লৈ আতংকিত নহ’বলৈও আহ্বান জনালে অধিবক্তা আমান ওৱাদুদে। নথিপত্ৰ যোগানকলৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা নিৰ্দেশনাকলৈ […]

৪০ টা বছৰৰ পাছতো কাৰ্যকৰী নহ’ল অসম চুক্তি

অসম চুক্তি স্বাক্ষৰিত হোৱাৰ ৪০ টা বছৰ ওকলিল। তাৰ পাছতো এই চুক্তি সফল ৰূপায়ণ নহ’ল। প্ৰতিক্ৰিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক সমীৰণ ফুকনৰ। ৪০ টা বছৰৰ পাছতো অসম চুক্তি ৰূপায়ণৰ বাবে শাসনলৈ অহা ৰাজনৈতিক দলসমূহে কোনোধৰণৰ ফলপ্ৰসূ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰি অসমৰ ৰাইজক প্ৰতাৰণা কৰিলে। অসম চুক্তিক প্ৰতাৰণাৰ দলিল হিচাপে প্ৰতিষ্ঠা কৰিবলৈহে ৰাজনৈতিক দলবিলাক উঠি পৰি […]

অসমৰ মুখ্যমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা!

অসমৰ মুখ্যমন্ত্ৰী প্ৰকৃততে কোন? হিমন্ত বিশ্ব শৰ্মা নে জয়ন্ত মল্ল বৰুৱা?অসমৰ মুখ্যমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বুলিমঞ্চত ঘোষণা বিজেপি কৰ্মীৰ। লগেলগেই হাততালি জনতাৰ।কথাটো শুনি আনন্দিত মন্ত্ৰী জয়ন্ত মল্ল।মন্ত্ৰী জয়ন্তই নমস্কাৰ দিলে ৰাইজক। পিছে কথাটো বেলেগ।জিভা পিছলিল বিজেপিৰ দক্ষিণ কামৰূপ জিলা সভাপতি অঞ্জন গোস্বামীৰ। ছয়গাঁও সম জিলা উদ্বোধনী অনুষ্ঠানৰ ভাষণ প্ৰসংগত মন্ত্ৰী জয়ন্ত মল্লক সজালে অসমৰ মুখ্যমন্ত্ৰী।

‘লুৰিণজ্যোতি গগৈয়ে নিজক অসমীয়া বুলি কবলৈ লাজ পাব লাগে’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত লুৰিণৰ প্ৰসংগ। লুৰিণজ্যোতি গগৈক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পন কৰিছে বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ। ধন্যবাদ দিব নোৱাৰে নিদিব, কিন্তু জাতিটোৰ বাবে কৰা ভাল কামৰ সমালোাচনা নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। লুৰিণৰ গাত ৰাইজৰ অভিশাপ লাগিব বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ। আজিলৈ কোনখন চৰকাৰে বেদখলকাৰীক উচ্ছেদ কৰিব পাৰিছিল। নিজকে অসমীয়া বুলি […]

Wordpress Social Share Plugin powered by Ultimatelysocial