মুছাহাৰী সম্প্ৰদায়ৰ উপেক্ষিত মহিলাসকল:

দেশ উন্নতিৰ জখলাত দোপতদোপে আগুৱাই গৈছে।ভাৰতীয় মহিলায়ে ক্ৰিকেটত বিশ্বকাপ লাভ কৰিবলৈ সক্ষম হৈছে।ভাৰতীয় মহিলায়ে মহাকাশত খোজ দিছে।’মিছন সেন্দূৰ’ৰ দৰে অপাৰেশ্যনত ভাৰতীয় মহিলায়ে নিজৰ পাৰদৰ্শিতা দেখুৱাইছে। আৰু অনেক মহিলা আছে যি নিজৰ পাৰদৰ্শিতাৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। কিন্তু এইখন ভাৰততেই এনেকুৱা এখন ঠাই আছে য’ত। ভাৰতৰ বিহাৰত এনেকুৱা এখন ঠাই আছে , সেই ঠাইত ছোৱালীৰ ১৯,২০ […]