এখন ছাত্ৰশূণ্য চৰকাৰী আইন মহাবিদ্যালয়
মহাবিদ্যালয়খনৰ নাম চৰকাৰী আইনমহাবিদ্যালয়,ৰঙিয়া। প্ৰায় ডেৰ বছৰ পূৰ্বে চৈধ্য কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল এই চৰকাৰী আইন মহাবিদ্যালয়খন। গুৰুত্ব নাই অসমৰ ব্যাগোম শিক্ষা বিভাগৰ। মহাবিদ্যায়খন বাহিৰে-ভিতৰে চূণ তেল সানি,শীত তাপ নিয়ন্ত্ৰিত যন্ত্ৰ লগাই আটকধুনীয়া কৰা হ’ল থিকেই কিন্তু আজিলৈ আৰম্ভণিহে কৰা নহ’ল পাঠদান। মহাবিদ্যালয়খনত শিক্ষাদান আৰম্ভ হ’লে উপকৃত হ’ব ৰঙিয়াৰ লগতে কাষৰীয়া অঞ্চলসমূহৰ […]