असम में शुरू हुई भूपेन हज़ारिका की जन्मशताब्दी समारोह की धूम

असम में भारत रत्न डॉ. भूपेन हज़ारिका की जन्मशताब्दी समारोह की शुरुआत पूरे सम्मान और गर्व के साथ की गई। आठ सितम्बर को गुवाहाटी के डॉ. भूपेन हज़ारिका समन्वय क्षेत्र में राज्यपाल लक्ष्मण प्रसाद आचार्य और मुख्यमंत्री हिमंत बिस्वा सरमा पहुँचे और उन्होंने महान गायक, कवि और संगीतकार को श्रद्धांजलि दी। यह वही स्थान है […]
কাইলৈৰ পৰা উদযাপন কৰা হ’ব ভাৰতৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী

কাইলৈ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। বছৰজোৰা কাৰ্যসূচীৰে ভাৰতৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিব ৰাজ্য চৰকাৰে। শতবাৰ্ষিকী উপলক্ষে ১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে এই কাৰ্যসূচীত অংশ ল’ব। সন্ধিয়া পাঁচ বজাৰ পৰা খানাপাৰাৰ খেলপথাৰত আৰম্ভ হব সুধাকন্ঠৰ শতবাৰ্ষিকী অনুষ্ঠান। খানাপাৰাৰ খেলপথাৰত সুধাকণ্ঠৰ প্ৰায় ১৪ টা গীত সমবেত সঙ্গীত আকাৰে পৰিবেশন কৰা হ’ব। ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰা […]
সুধাকণ্ঠৰ কলিয়াবৰ কুঠুৰীৰ বাসগৃহত উপস্থিত হৈ উৎফুল্লিত হৈ পৰে ভাতৃ সমৰ হাজৰিকা

এই খন কলিয়াবৰ…… মোমাই তামূলীয়ে সপোন ৰূপ দিয়া আত্মাৰামৰ ঘৰ….. এইখন কলিয়াবৰ…….। হয় এইখন কলিয়াবৰ আৰু কলিয়াবৰ কুঠৰীৰ এই ঘৰখনতে বহু কালজয়ী গীত ৰচনা কৰিছিল সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই। দীৰ্ঘ বিৰতিৰ অন্তত অসম চৰকাৰৰ কৰ্তৃত্বলৈ আহিল সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কলিয়াবৰ কুঠৰীৰ এই বাসগৃহটি। ড° ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্পৰ বাবে ফটিক নেওগৰ পৰা ঘৰসহ মাটিখিনি […]
ডিব্ৰুগড় বিমান বন্দৰক জনা যাব নতুন নামেৰে

ডিব্ৰুগড় বিমান বন্দৰৰ হ’ব নতুন নাম। নতুন নামেৰে জনা যাব ডিব্ৰুগড় বিমান বন্দৰক। সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ হ’ব ডিব্ৰুগড় বিমান বন্দৰ। ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হৈছে এই প্ৰস্তাৱ। শীঘ্ৰেই এই বিষয় উত্থাপন কৰা হ’ব বিধান সভা অধিৱেশনত। আজি ৰাজ্য চৰকাৰে সম্পন্ন কৰিলে ৪টা বছৰ। ৪বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। […]