World

মধ্যপ্রাচ্যৰ যুদ্ধৰ প্ৰভাৱত ভয়ংকৰ পৰিস্থিতি, বন্ধ স্কুল-কলেজ!

মধ্যপ্রাচ্যৰ যুদ্ধৰ প্ৰভাৱত ভয়ংকৰ পৰিস্থিতি, বন্ধ স্কুল-কলেজ!

যিৰূচালেম: মধ্যপ্রাচ্যত চলি থকা যুদ্ধই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নিৰাপত্তাৰ খাতিৰত প্ৰধান চহৰসমূহৰ সকলো স্কুল-কলেজ বন্ধ ঘোষণা কৰা হৈছে।

পৰিস্থিতিৰ অৱনতি

শুকুৰবাৰে নিশা হোৱা ভয়ংকৰ বোমা বিস্ফোৰণৰ পিছতে প্রশাসনে এই সিদ্ধান্ত লয়। সাধাৰণ জনজীৱন ব্যাহত হৈ পৰিছে।

চৰকাৰী সূত্ৰৰ মতে পরিস্থিতি নিয়ন্ত্ৰণলৈ নহামানে এই নিৰ্দেশ বাহাল থাকিব।