ASSAM NEWS

ঐতিহাসিক চৌকিডিঙী খেলপথাৰত উন্মোচন জুবিন গাৰ্গৰ ৮ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি

Zubeen Garg Statue Dibrugarh

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই ডিব্ৰুগড়ৰ ঐতিহাসিক চৌকিডিঙী খেলপথাৰত এক বিশাল ৮ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছে। latest news Assam ত এই বাতৰিয়ে যথেষ্ট চৰ্চা লাভ কৰিছে।

শিল্পীজনালৈ প্ৰদ্ধাঞ্জলি

অসমীয়া সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ শলাগ লৈ অনুৰাগীসকলে এই পদক্ষেপ গ্ৰহণ কৰিছে। breaking news assam ৰ জৰিয়তে ৰাজ্যবাসীক জনোৱা হৈছে যে এই প্ৰতিমূৰ্তিটো স্থানীয় ভাস্কৰ্য শিল্পীৰ দ্বাৰা নিৰ্মিত আৰু ইয়াত জুবিন গাৰ্গৰ এক জীৱন্ত ৰূপ উদ্ভাসিত হৈছে।

অনুৰাগীৰ হিলদোল

latest news guwahati আৰু আন সংবাদ মাধ্যমত প্ৰচাৰিত হোৱাৰ পিছতেই অনুৰাগীৰ হিলদোল ভাঙিছে ডিব্ৰুগড়লৈ। যথেষ্ঠ সংখ্যক গুণমুগ্ধই উপস্থিত থাকি শিল্পীগৰাকীক সন্মান জনোৱাৰ লগতে এই সুন্দৰ মুহূৰ্তৰ সাক্ষী হৈ পৰে।