ৰাজ্যত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। দিনৰ ২ বাজি ২৫ মিনিটত অনুভূত হয় জোকাৰণি।ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ভূমিকম্পৰ অভিকেন্দ্ৰ গোৱালপাৰা জিলা।ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ভূমিকম্পৰ প্ৰাবল্য ৩.৯ ৰিখাটাৰ স্কেল।গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত অনুভূত হয় জোকাৰণি। অসমৰ চুবুৰীয়া মেঘালয়ৰ লগতে বাংলাদেশতো অনুভূত হয় জোকাৰণি।
