Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

নন্দিনী কাশ্যপৰ ঘটনাক লৈ বহু কথা ক’লে মহানগৰ আৰক্ষীয়ে। নন্দিনীক গ্ৰেপ্তাৰ কৰোতে কিয় পলম হ’ল মহানগৰ আৰক্ষীৰ। মহিলা হোৱাৰ বাবে আইনৰ নিয়ম অনুসৰি গ্ৰেপ্তাৰ কৰোতে পলম হোৱা বুলি উল্লেখ আৰক্ষীৰ।জামিনবিহীনভাৱে গ্ৰেপ্তাৰ কৰা হৈছে নন্দিনীক।নন্দিনীৰ বাহনৰ ফৰেনচিক পৰীক্ষা কৰা হ’ব। দুৰ্ঘটনাৰ নিশা খবৰ পোৱা নাছিল আৰক্ষীয়ে। ‘সূৰ্য অস্ত যোৱাৰ পিছত মহিলাক গ্ৰেপ্তাৰ কৰিব নোৱাৰি’ বুলি মন্তব্য।দুৰ্ঘটনা হোৱা ঠাইত ট্ৰেফিকৰ কোনো ব্যৱস্থা নাছিল।নন্দিনী কাশ্যপৰ বিৰুদ্ধে লগোৱা হৈছে। জামিনবিহীন ধাৰা।নিশা ডেৰ বজাত গ্ৰেপ্তাৰ কৰা হৈছে অভিনেত্ৰীগৰাকীক।কোনেও দুৰ্ঘটনাৰ বিষয়ে আমাক খবৰ দিয়া নাছিল বুলি জনালে আৰক্ষীয়ে।বিভিন্ন জিলাত নন্দিনী কাশ্যপৰ বিৰুদ্ধে আছে চালান।DCP জয়ন্ত সাৰথি বৰাৰ সংবাদমেল

Wordpress Social Share Plugin powered by Ultimatelysocial