Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

টোল কৰৰ নামত আৰু হাৰাশাস্তিৰ সন্মুখীন হব নালাগে।ব্যক্তিগত যানবাহনৰ গৰাকীলৈ বাম্পাৰ অফাৰ ।মাত্ৰ ৩০০০ টকাত পাৰ হব পাৰিব ২০০ টোলগেট।

মাত্র ৩ হাজাৰ টকাত পাৰ হওক ২০০টা টোলগেট।এবছৰৰ বাবে ৩ হাজাৰ টকাৰে ৰিচাৰ্জ কৰক FASTag আৰু ২০০টা টোলগেট পাৰ হওক।কেৱল ব্যক্তিগত বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই আঁচনি।১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব FASTagৰ এই নতুন নিয়ম।কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ৰ এই ডাঙৰ ঘোষণা

Wordpress Social Share Plugin powered by Ultimatelysocial