কভিড’ৰ ৭ টা লক্ষণ।আপোনাৰ শৰীৰতো দেখা দিছে নেকি ৭ টা লক্ষণে।সাৱধান হওঁক ,সতৰ্ক হওঁক।দেশত এতিয়া ভয়ংকৰ ৰূপ লৈছে কভিডে।তাৰ মাজতেই প্ৰকাশ কভিডৰ লক্ষণ l
১) জ্বৰ
২)কফ
৩)শৰীৰত বিষ
৪)ভাগৰুৱা অনুভৱ
৫)মুৰৰ বিষ
৬) বমিৰ অনুভৱ
৭)ডায়েৰীয়া
এইসমূহ লক্ষণে দেখা দিলে ডাক্টৰৰ পৰামৰ্শ লওঁক। কিয়নো দেশত ভয়াৱহ ৰূপত বৃদ্ধি কভিড সংক্ৰমণ।দেশত ২০০ জনৰো অধিক লোক শৰীৰত ধৰা পৰিছে কভিড।দিল্লী,মুম্বাইত বৃদ্ধি কভিড সংক্ৰমণ।দিল্লীত এই পৰ্যন্ত ২৩জনলৈ বৃদ্ধি কভিড আক্ৰান্তৰ সংখ্যা।জাৰি কৰা হৈছে সাৱধানতা।সজাগ,সতৰ্ক হোৱাৰো আহ্বান বিশেষজ্ঞৰ
দেশৰ কেইবাখনো ৰাজ্যত ভয়ংকৰ হাৰত কভিড সংক্ৰমণ l