Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

লখিমপুৰত বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।মথাউৰিত থকা ৰাইজৰ খবৰ ল’লে মুখ্যমন্ত্ৰীয়ে।লখিমপুৰত ৰঙানদীৰ পানীয়ে ভয়ংকৰ ৰূপ লৈছিল।বন্যাৰ্তৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। বানে সংহাৰী ৰূপ ধাৰণ কৰা আমতলাত উপস্থিত মুখ্যমন্ত্ৰী। নীপকো,NHPC কৰ্তৃপক্ষৰেও বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ। নীপকো কৰ্তৃপক্ষক উদ্দেশ্যি মন্তব্য মুখ্যমন্ত্ৰীৰ ‘গ্ৰুপত মেছেজৰ সলনি DCৰ জৰিয়তে ৰাইজক সতৰ্ক কৰি দিব লাগিছিল বুলি মন্তব্য।লখিমপুৰত নীপকো কৰ্তৃপক্ষৰ কাণ্ডত অসন্তুষ্ট মুখ্যমন্ত্ৰী। পানী এৰাক লৈ গ্ৰুপত কেৱল SMS দিয়াত ক্ষুন্ন মুখ্যমন্ত্ৰী।

Wordpress Social Share Plugin powered by Ultimatelysocial