Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

মহাবিপদত পৰিছে বিজেপি। ফাঁট মেলিব নেকি NDA মিত্ৰজোঁটত। আজি নীতিশ কুমাৰৰ JD(U)ৰ সিদ্ধান্তত চিন্তাত পৰিছে বিজেপি।
বিজেপিৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিলে নীতিশ কুমাৰে। মণিপুৰত বিজেপি শাসিত এন বীৰেন সিং চৰকাৰৰ পৰা সংগ ত্যাগ কৰিলে নীতিশ কুমাৰৰ JD(U)এ! মণিপুৰত বিজেপি সংগ ত্যাগ কৰি সমৰ্থন প্ৰত্যাহাৰৰ ঘোষণা কিং মেকাৰ নীতিশ কুমাৰৰ। সন্মুখত বিহাৰ নিৰ্বাচন। তাৰ পূৰ্বে বিজেপিৰ সমৰ্থন প্ৰত্যাহাৰ কৰা নীতিশ কুমাৰৰ সিদ্ধন্তত এতিয়া দেশজুৰি চলিছে তীব্ৰ চৰ্চা। বিহাৰ নিৰ্বাচনৰ পূৰ্বে নীতিশ কুমাৰৰ JD(U)ৰ সিদ্ধান্তত একপ্ৰকাৰ চিন্তা বাঢ়িছে বিজেপিৰ ।

কিং মেকাৰ নীতিশ কুমাৰে সমৰ্থন প্ৰত্যাহাৰৰ জৰিয়তে বিজেপিক প্ৰথমটো আঘাত দিয়া বুলিও দেশৰ ৰাজনীতিত চলিছে চৰ্চা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Wordpress Social Share Plugin powered by Ultimatelysocial