Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

নিশা চলন্ত বাইকত চুমা খোৱা যুৱক-যুৱতীৰ পৰিচয় উদ্ধাৰ
দুয়ো সম্বন্ধত দেওৰেক আৰু বৌয়েক আছিল
সামজিক মাধ্যমত নিশাটোৰ ভিতৰতে ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। এখন চলন্ত বাইকত বাইক চলাই যোৱা যুৱকক চুমা খাই আছিল এগৰাকী যুৱতীয়ে। ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে দুয়োৰে পৰিচয় উদ্ধাৰ কৰিছে আৰক্ষীয়ে। সম্বন্ধত দুয়ো কোনো পতি-পত্নী বা প্ৰেমিক-প্ৰেমিকা নাছিল দুয়ো বৌয়েক আৰু দেওৰেক আছিল বুলি জানিব পৰা গৈছে। দেওৰেকে বাইক চলাই থকা অৱস্থাত বৌয়েকে চুমা খাই আচিল। গুৱাহাটীৰ লখৰা উৰণ সেতুত চলন্ত বাইকত এই লজ্জাজনক কাণ্ড কৰে দেওৰেক আৰু বৌয়েকে।
ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে দুয়োকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Wordpress Social Share Plugin powered by Ultimatelysocial