Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

জাইকাৰ পানীৰ পাইপ ফাটি বৃহস্পতি বাৰে খাৰঘুলিত হৈছিল জলবিস্ফোৰণ।
পানীৰ পাইপ ফাটি অঞ্চলটো হৈছিল জলমগ্ন। এটি শিশু সহ আহত হৈছিল মহিলা, বিস্তৰ ক্ষতি হৈছিল স্থানীয় লোকৰ।

প্ৰায় ২০ ফুট উচ্চতালৈ পানীৰ ঢৌৰ সৃষ্টি হৈছিল। ফলত অঞ্চলটোৰ বহু লোকৰ বাসগৃহৰ বিস্তৰ ক্ষতি হৈছিল। দোকান-পোহাৰ, বাহন আদিৰো পানীৰ ঢৌত ক্ষয়-ক্ষতি হৈছিল। ইতিমধ্যে ক্ষতিগ্ৰস্ত লোকক আশ্ৰয় শিবিৰলৈ স্থানন্তৰ কৰিছে চৰকাৰে। ক্ষতিগ্ৰস্তলৈ ১ লাখ ২০হাজাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব চৰকাৰে। ইফালে ৫ জানুৱাৰিলৈ গুৱাহাটীত বন্ধ থাকিব পানী যোগান। পাইপৰ মেৰামতিৰ বাবে গুৱাহাটীত জলবৰ্ডে বন্ধ ৰাখিব পানী যোগান

Wordpress Social Share Plugin powered by Ultimatelysocial