Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

এডভাণ্টেজ আছামৰ জৰিয়তে অসমত নিৰ্মাণ হব ইণ্ডাষ্ট্ৰি, ফেক্টৰি, বিলাসী হোটেল। এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে অসমত ১ লাখ কোটি টকাৰ সৰ্ববৃহৎ বিনিয়োগ। বৰ্তমানলৈ এডভাণ্টেজ আছামত এতিয়ালৈকে সম্পন্ন হৈছে কোটি টকাৰ চুক্তি।
ষ্টাৰ চিমেণ্ট- ৩২০ কোটি, মেথিচন হাইড্ৰেজেন প্ৰাইভেট লিমিটেড- ১৫০ কোটি। ভেলি চিমেণ্ট- ৪৮০ কোটি, যৌৱন ডেভেলপাৰ্ছ- ১৪২.১২কোটি। কোঠাৰি ইণ্ডাষ্ট্ৰিয়েল কৰ্পাৰেশ্যন- ৫০০ কোটি, আছাছা ইন্টাৰনেশ্যনেল মাইনিঙেৰ ১ হাজাৰ কোটিৰ চুক্তি।
আলট্ৰা ট্ৰেক চিমেণ্ট- ৭০০ কোটিৰ, কপাৰ প্লাচ হল্ডিংছেৰে- ১হাজাৰ কোটিৰ চুক্তি সম্পন্ন। চিম্বা লজিষ্টিক – ৪০০ কোটি, টামাৰা লেজাৰ এক্সপিৰিয়েন্স- ২৭৫ কোটিৰ চুক্ৰি স্বাক্ষৰিত। আম্বানি গ্রুপৰ ৫০,০০০ কোটি, ৫০,০০০ কোটি বিনিয়োগৰ প্ৰতিশ্রুতি আদানিৰ, বেদান্ত গ্রুপে কৰিলে ৫০,০০০ কোটি টকাৰ MoU। JSW এনাৰ্জীৰ সৈতে ৭,০০০ কোটি টকাৰ MoU স্বাক্ষৰিত।

Wordpress Social Share Plugin powered by Ultimatelysocial