Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

একেখন স্কুলৰ ৫ ছাত্ৰ সন্ধানহীন। ধেমাজিত চাঞ্চল্যকৰ ঘটনা। একেদিনাই একেখন স্কুলৰ পৰা নোহোৱা হল ৫ ছাত্ৰ।
ঘৰৰ পৰা স্কুললৈ বুলি আহি স্কুলত প্ৰৱেশ নকৰাকৈয়ে সন্ধানহীন ৫ জন ছাত্ৰ। নৱম শ্ৰেণীৰ ছাত্ৰ আছিল আটাইকেইজন নিৰুদ্দিষ্ট ছাত্ৰ। ধেমাজিৰ বৰদলনী লিটিল গড মডেল স্কুলৰ আছিল ছাত্ৰ কেইজন। নিৰুদ্দিষ্ট ছাত্ৰ কেইজন অংকুৰ জ্যোতি গগৈ, ভৱেশ গগৈ, ৰক্তিম মুখীয়া, লোপেন্দ্ৰ সোণোৱাল, ইগাংকু দত্ত। কোনো লোকে ছাত্ৰ কেইজনক প্ৰত্যক্ষ কৰিলে 9101257023ত যোগাযোগৰ আহ্ৱান। আটাইকেইজন ছাত্ৰই পৰিকল্পিত ভাৱে কৰবালৈ ফুৰিবলৈ যোৱাৰো সন্দেহ পৰিয়ালৰ।

Wordpress Social Share Plugin powered by Ultimatelysocial