গৰমে দহিছে ৰাজ্য। জুন মাহতেই ৩৫ ডিগ্ৰী ছেলছিয়াচ অতিক্ৰম। উৎকট গৰমৰ বাবে শিক্ষা বিভাগৰ নিৰ্দেশনা। স্কুলৰ সময়সূচীক লৈ নিৰ্দেশনা প্ৰদান শিক্ষামন্ত্ৰীৰ। শিক্ষাৰ্থীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি স্কুলৰ সময়সূচী সলনিৰ নিৰ্দেশ শিক্ষামন্ত্ৰীৰ।
জিলা আয়ুক্তসকললৈ জৰুৰী নিৰ্দেশ শিক্ষামন্ত্ৰীৰ। বিগত বৰ্ষত গৰমৰ বাবে সলনি কৰা হৈছিল পাঠদানৰ সময়সূচী। পুৱা ৭বাজৰ পৰা পাঠদান আৰম্ভনিৰ দিয়া হৈছিল নিৰ্দেশ। ফেচবুক যোগে সকলো জিলাৰ আয়ুক্তলৈ নিৰ্দেশনা প্ৰদান। শিক্ষামন্ত্ৰীৰ নিৰ্দেশনাৰ পিছতে তত্পৰ হৈ পৰিছে জিলা আয়ুক্ত সকল।