Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

আজিৰে পৰা বছৰযোৰা কাৰ্যসূচীৰে ৰাজ্য চৰকাৰে উদযাপন কৰিব সুধাকন্ঠৰ শতবাৰ্ষিকী। ২০২৬চনৰ ৮ ছেপ্টেম্বৰত সুধাকন্ঠৰ শতবৰ্ষৰ অন্তিম কাৰ্যসূচীত উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতি। অহা ১৩ ছেপ্টেম্বৰত সুধাকন্ঠৰ শতবাৰ্ষিকী অনুষ্ঠানত অংশ ল’ব দেশৰ প্ৰধানমন্ত্ৰী। ১৩ ছেপ্টেম্বৰৰ পিছত নতুন দিল্লী, মুম্বাই, পশ্চিম বংগ, অৰুণাচল প্ৰদেশ আদি ৰাজ্যত জন্মশতবৰ্ষ কাৰ্যসূচী ৰূপায়ন কৰিব ৰাজ্য চৰকাৰে। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ নাম হ’ব ‘সমন্বয় তীৰ্থ’। নৱপ্ৰজন্মৰ মাজত ভূপেন দাক জীপাল কৰি ৰখাৰ বাবে প্ৰচেষ্টা ৰাজ্য চৰকাৰৰ। সুধাকণ্ঠৰ স্মৃতিত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই প্ৰস্তুত কৰা এটি মুদ্ৰা ১৩ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব। সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত জন্মশতবৰ্ষ কাৰ্যসূচী আৰম্ভ কৰি ঘোষণা মুখ্যমন্ত্ৰীৰ।

Wordpress Social Share Plugin powered by Ultimatelysocial