Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

নতুনকৈ যিসকলে অৰুণোদয়, ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে ভাল খবৰ! অৱশেষত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে ঘোষণা।


অৰুণোদয়, নিযুত মইনা আঁচনি, ৰেচন কাৰ্ডৰ হিতাধিকাৰীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ছেপ্টেম্বৰ মাহতেই অৰুণোদয় পুনৰ লাভ কৰিব মহিলাসকলে।
১৭ ছেপ্টেম্বৰৰ পৰা অৰুণোদয় লাভ কৰিব মহিলাসকলে। অক্টোবৰৰ পৰা নিযুত মইনা আঁচনি লাভ কৰিব ছাত্ৰীসকলে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে সুলভ মূল্যৰ দোকানত চাউলৰ লগতে দালি, নিমখ, চেনিও লাভ কৰিব। আজি ঘাগ্ৰাপাৰাত আত্মসহায়ক গোটৰ মহিলাক ১০ হাজাৰ টকা প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰে ঘোষণা। ১০ হাজাৰ লাভ কৰা মহিলাসকলক পৰৱৰ্তি সময়ত ২৫ হাজাৰ টকাকৈ পুনৰ প্ৰদান কৰা হব বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ।

Wordpress Social Share Plugin powered by Ultimatelysocial