কিমান দূৰ আগবাঢ়িছে জুবিন গাৰ্গৰ মৃত্য়ুৰ তদন্ত জুবিন গাৰ্গক হত্যা কৰা হৈছিল নেকি
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত হত্যাৰ ধাৰা সংযোজন কৰা হৈছে। জুবিনৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াত হত্যাৰ সন্দেহ।CIDৰ কাৰ্যালয়ত চলিছে মাৰাথন জেৰা। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জেৰা