মহিলাসকলৰ জৰায়ুৰ নিম্ন অংশত হোৱা বা চাৰ্ভাইকেল কেন্সাৰ আৰোগ্য সম্ভৱৰ বিষয়ে জানক…
জৰায়ুৰ নিম্ন অংশত হোৱা বা চাৰ্ভাইকেল কেন্সাৰ (cervical cancer)আৰু স্তন কেন্সাৰ খুউব সঘনাই উচ্চাৰিত হোৱা বিষয়। এই দুইবিধ কেন্সাৰ ভাৰতবৰ্ষত ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থানত আছে মহিলাৰ কেন্সাৰৰ ক্ষেত্ৰত। পশ্চিমীয়া দেশত স্তন কেন্সাৰ সবাতোকৈ বেছি । যেনে প্ৰতি ৮ গৰাকী মহিলাৰ বিপৰীতে এগৰাকী স্তন কেন্সাৰত আক্ৰান্ত হয়। ভাৰতত প্ৰথম অৱস্থাত জৰায়ুৰ নিম্নাংশৰ কেন্সাৰ ১ ম […]