IPLৰ ট্ৰফী লৈয়েই কোহলীৰ ডাঙৰ ঘোষণা!
আইপিএল ২০২৫ৰ মেগা ফাইনেলত পঞ্জাব কিংছক ৰুদ্ধশ্বাস মেচত ৬ ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ট্ৰফী দখল কৰিলে আৰচিবিয়ে। ১৮ বছৰৰ অপেক্ষাৰ অৱসান ঘটিল বিৰাট কোহলীৰ বাবে।শেষ অভাৰত জয় নিশ্চিত হোৱাত খেলপথাৰতে কান্দি পেলালে বিৰাট কোহলীয়ে। বিৰাট কোহলীয়ে ক’লে, ‘‘মোৰ হৃদয় বেংগালুৰুৰ সৈতে, মোৰ আত্মা বেংগালুৰুৰ সৈতে।কাপ জয়ৰ পিছত কোহলীয়ে RCBৰ সমৰ্থকসকলক এটা আনন্দৰ খবৰ দিয়ে। […]