উইম্বলডনৰ চতুৰ্থ ৰাউণ্ডত আলকাৰাজ…
উইম্বলডনৰ তৃতীয় ৰাউণ্ডত কাৰ্লোছ আলকাৰাজে ৩ ঘণ্টা ৫১ মিনিট যুঁজিব লগা হৈছিল। যোৱা বছৰৰ বিজয়ীজনে পাঁচ ছেটৰ যুঁজত (৫-৭, ৬-২, ৪-৬, ৭-৬, ৬-২) ফ্ৰান্সেছ টিয়াফ’ক পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ চতুৰ্থ ৰাউণ্ডত উপনীত হয়। চেণ্টাৰ ক’ৰ্টত প্ৰতিট। গেমৰ বাবে দুজন প্ৰতিযোগীৰ যুঁজ। গ্ৰাউণ্ড ষ্ট্ৰোক, ভলী, ড্ৰপ শ্বট, নেট গেম সকলো দেখা গৈছিল। এবাৰ টিয়াফো ৱে কঠিন খেলত […]