কাইলৈ ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
কাইলৈ ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।১২ টা ৱেবচাইটত প্ৰকাশ পাব HSৰ ফলাফল ।কাইলৈ পুৱা ৯ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল।ৱেবচাইটৰ তালিকা ঘোষণা শিক্ষামন্ত্ৰীৰ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডে প্ৰকাশ কৰা জাননী অনুসৰি ১২ টা ৱেবচাইটত প্ৰকাশ পাব HSৰ ফলাফল কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ ফলাফলক লৈ চৰ্চাৰ মাজতে এই খবৰ দিলে […]