আপুনি জানেনে তৰমুজে স্বাস্থ্য ক্ষতি কৰিব পাৰে? আহক জানো তৰমুজৰ পৰা কি কি ৰোগ সমুহ হয়।
তৰমুজত প্ৰায় ৮০ শতাংশ পানী থাকে। গতিকে অত্যন্ত গৰমত শৰীৰৰ পানীৰ ঘাটি পূৰণ কৰিবলৈ তৰমুজৰ যোৰ নাথাকে। গতিকে বুটমাহৰ নিমখৰ সৈতে তৰমুজ বা তৰমুজৰ ৰস কাটি খালে অতি উত্তাপত শৰীৰত সকাহ পোৱা যায়। কিন্তু বেছিকৈ তৰমুজ খালে বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। বেছিকৈ তৰমুজ খালে কি কি সমস্যা হব পাৰে জানি লওক। গৰমৰ দিনত […]