Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

ধুবুৰীৰ এটা ভোটকেন্দ্ৰত নিশা ভয়ংকৰ পৰিস্থিতি

ধুবুৰীত উত্তেজিত ভোটাৰৰ ৰোষত পৰিল আৰক্ষী, নিৰ্বাচনী বিষয়া। বুধবাৰে নিশা আৰক্ষীৰ সৈতে খণ্ডযুদ্ধ ভোটাৰ ৰাইজৰ। এজন ব্যক্তিয়ে বাৰে বাৰে জালিয়াতিৰে ভোট দিয়াৰ গুৰুতৰ অভিযোগ তুলি বেলট বাকচ ভোট কেন্দ্ৰৰ পৰা লৈ যোৱাত বাধা দিয়ে ভোটাৰ ৰাইজে। ধুবুৰী ভাষানীচৰ গাঁও পঞ্চায়তৰ আৰফাতুন নেছা এম,ই স্কুলত সংঘটিত হয় এই ঘটনা। ভোটদান প্ৰক্ৰিয়া শেষ হৈ যোৱাৰ পাছতে এগৰাকী […]

পঞ্চায়ত নিৰ্বাচনৰ বাবে আহি গ’ল নতুন নিয়মলাগিব যোগ্যতা, থাকিব লাগিব বহু প্ৰকাৰৰ নথি-পত্ৰ

পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ লাগিব বিশেষ যোগ্যতা লাগিব প্ৰাৰ্থীৰ। বিশেষ যোগ্যতাৰ ভিত্তিত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰিব প্ৰাৰ্থীয়ে। বেংকত লেন-দেনৰ আপত্তি থাকিব নালাগিব পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিচৰা প্ৰাৰ্থীৰ । বেংকত লেন-দেনৰ আপত্তিবিহীন প্ৰমাণ পত্ৰ থাকিলেহে প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচনত। নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ প্ৰাৰ্থীৰ থাকিব লাগিব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড। ভোটাৰ তালিকাত নাম থাকিলেহে […]

Wordpress Social Share Plugin powered by Ultimatelysocial