ৰিল লাইফৰ পৰা ৰিয়েল লাইফলৈ

দাক্ষিণাত্যৰ জনপ্ৰিয় ছবি Dear Comrade আৰু Geetha Govindam ত দাম্পত্যৰ অভিনয়ৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল ৰশ্মিকা মন্দানা আৰু বিজয় দেৱেৰাকোণ্ডাই।ৰিল লাইফত এবাৰ দুবাৰ নহয় কেইবাবাৰো বিয়াত বহিছে দুয়োগৰাকী।ৰিল লাইফত প্ৰেমৰ অভিনয় কৰি ৰিয়েল লাইফত প্ৰেমৰ বান্ধোনত বান্ধ খাইছিল দুয়োগৰাকী অভিনেতা অভিনেত্ৰী।আৰু অৱশেষত প্ৰেমৰ মাহতেই বিবাহপাশত আবদ্ধ হ’ল দুয়োগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰী।ৰাজস্থানৰ উদয়পুৰত তেলুগু আৰু […]