উমৰাংচ’ৰ কয়লাখনিত বৰ্তমানেও আৱদ্ধ শ্ৰমিক
উমৰাংচ’ৰ কয়লাখনিত অৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে চলি আছে অভিযান। ৪ দিন উকলিল ঘটনাৰ। বৰ্তনালৈ ৪ শ্ৰমিকৰ মৃত্যু হৈছে। এতিয়াও কয়লাখনিটোৰ ভিতৰত আছে বহু শ্ৰমিক। ৩ কিলোৰ কয়লাখনিটোত RAT HOLE মাইনিঙৰ প্ৰক্ৰিয়াৰে অবৈধ ভাৱে কয়লাখননৰ বাবে খনিটোৰ ভিতৰলৈ নামিছিল প্ৰায় ১৫ জন শ্ৰমিক। কয়লাখনিটোত পানী জমা হোৱাৰ ফলত খনিটোতে আৱদ্ধ হৈ পৰে শ্ৰমিকসকল। সুভাগ্যক্ৰমে ৩ শ্ৰমিকক […]