Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনা :

অসমৰ হোজাই জিলাৰ কামপুৰ অঞ্চলত সংঘটিত হয় ৰাজ্য কঁপাই যোৱা ভয়ংকৰ দুৰ্ঘটনা। নিশা ২ বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। খাদ্যৰ সন্ধানত ওলাই আহিছিল হাতীৰ জাকটো।ৰাজধানী এক্সপ্ৰেছ হাতীৰ জাকত খুন্দা মৰাৰ ফলত ইঞ্জিন আৰু ৫টা ডবা ৰে’লপথৰ পৰা ওলাই যোৱাৰ ফলত কমেও ৭টা বনৰীয়া হাতী নিহত হয়। হাতীৰ জাকটো পৰ্যবেক্ষণ কৰি ৰে’লৰ পাইলটে জৰুৰীকালীন ব্ৰেক […]

Wordpress Social Share Plugin powered by Ultimatelysocial