হেঁপাহৰ ভোগালীক লৈ ওদালগুৰি জিলাত আনন্দৰ পৰিৱেশ

অসমীয়াৰ প্ৰাণৰ উৎসৱ ভোগালী বিহু সমাগত হোৱাৰ লগে লগে ওদালগুৰি জিলাৰ টংলা চহৰৰ অন্তৰ্গত দক্ষিণ জংঘলপাৰা গাঁওখনত দেখা গৈছে ব্যাপক উৎসাহ, উদ্দীপনা আৰু আনন্দৰ পৰিবেশ। বছৰৰ সৰ্বাধিক প্ৰতীক্ষিত এই ভোগৰ উৎসৱক আদৰিবলৈ গাঁওবাসীয়ে বহুদিনৰ পৰা প্ৰস্তুতি আৰম্ভ কৰি ইতিমধ্যে সকলো কাম সম্পূৰ্ণ কৰিছে। শিশুৰ পৰা আৰম্ভ কৰি ডেকা-গাভৰু, বৃদ্ধ-বৃদ্ধালৈকে সকলো শ্ৰেণীৰ লোক উৎসৱৰ আনন্দত সম্পূৰ্ণৰূপে […]
সমাগত ভোগৰ উৎসৱ ভোগালী বিহু

ভোগৰ বিহু ভোগালীলৈ মাজত মাথো দুটা দিন বাকী। নঙলাৰ মুখত হেঁপাহৰ ভোগালী। ভোগালীক আদৰিবলৈ ৰাজ্যজুৰি আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি। অসমীয়াৰ মন মগজুত এতিয়া ভোগালীক আদৰাৰ হেঁপাহ। ভোগালী বিহু উপলক্ষে ভোগৰ সামগ্ৰী লাড়ু, পিঠা, চিৰা, দৈ, ক্ৰীম আদিৰে উভৈনদী হৈ পৰিছে প্ৰতিখন বজাৰ। অসমৰ প্ৰান্তে-প্ৰান্তে দেখা পোৱা গৈছে উৎসৱৰ উন্মাদনা আৰু সীমাহীন ব্যস্ততা। ইয়াৰ সমান্তৰালকৈ অসমৰ […]
19 Traditional Crafts and Products of Assam, 2 from Tripura Receive GI Tag

The chief ministers of the two neighbouring states announced on Sunday that a total of 19 products from Assam and two from Tripura have been granted the GI tag. A Geographical Indication (GI) tag is a designation given to products originating from a particular geographic area. Only individuals or entities that are officially registered are […]