উভতি নহাৰ বাটেৰে গ’লগৈ অসমীয়া সংগীত জগতৰ প্ৰথিতযশা এগৰাকী শিল্পীগণশিল্পী সূৰ্য দাস আৰু নাই।
মানুহ দেখিছোঁ আজি, বহুত মানুহ দেখিছোঁ শীৰ্ষক গীতৰ স্ৰষ্টা কন্ঠশিল্পী সূৰ্য দাসে ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।খবৰ অনুসৰি বাথৰুমত অচেতন হৈ পৰিছিল সূৰ্য দাস। মূৰত কিছু আঘাতপ্ৰাপ্ত হৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ত মৃত্যু হয় শিল্পীগৰাকীৰ। সংগীত জগত উকা কৰি উভতি নহাৰ বাটেৰে গুচি যোৱা গণশিল্পীগৰাকীক হেৰুৱাই শোকত ম্ৰিয়মাণ আজি সংগীতজগত। তেওঁৰ মৃত্যু অসমীয়া সংগীত […]