বৰ্তমান সময়ত AI ৰ প্ৰয়োজনীয়তা
প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নে বৰ্তমান সমাজখনে বহু অগ্ৰগতি কৰা দেখিবলৈ পোৱা গৈছে।আদিম যুগৰ পৰা বৰ্তমান সময়লৈকে প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নে মানুহৰ শিক্ষা,চিকিৎসা আৰু কাৰিকৰী দিশত বহু আগুৱাই নিছে। AI অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ ফলত বৰ্তমান সমাজত প্ৰযুক্তিবিদ্যাই এক উচচ শিখৰ চুইছে।বিভিন্ন সামাজিক মাধ্যমত AI ব্যৱহাৰৰ বাবে কম সময়ত অধিক কাম কৰাৰ বাবে সুবিধা হৈছে।বেংক, চিকিৎসা, চিকিৎসা ক্ষেত্ৰত দ্ৰুত […]