ICUত ৰখা হৈছে ক্ৰিকেটাৰ শুভমন গিলক

ক্ৰিকেটাৰ শুভমন গিলৰ অনুৰাগীৰ বাবে বেয়া খবৰ। কলকাতাৰ হাস্পটালৰ ICUত ৰখা হৈছে শুভমন গিলক। ডিঙিত আঘাতপ্ৰাপ্ত শুভমন গিলক দেখা নাযাব পাৰে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচত।দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ দ্বিতীয় দিনা ডিঙিত আঘাত পাইছিল গিলে। ইতিমধ্যে প্ৰথম টেষ্টৰ অৱশিষ্ট ইনিংছত গিলে নেখেলাটো নিশ্চিত হৈছে। এজন বেটছমেন অবিহনে ভাৰতীয় দলে খেলিব লাগিব দ্বিতীয় ইনিংছ। শীঘ্ৰে আৰোগ্য […]