ঐতিহাসিক শিৱসাগৰৰ তলাতল ঘৰৰ সমিপৰত বিচৰণ কৰা এজাক কামচৰাইৰ দৃষ্টিনন্দন ৰূপ

কাম চৰাই হৈছে এক উজ্জ্বল ৰঙৰ ৰঙা ঠোঁটযুক্ত আৰ্দ্ৰভূমিৰ চৰাই, যাক অসমীয়া লোককথা আৰু গীত-মাতত বহুলভাৱে উল্লেখ কৰা হৈছে, বিশেষকৈ “কাম চৰাই ৰঙা ঠোঁট” আদি শব্দবন্ধৰ বাবে জনপ্ৰিয়; ইয়াৰ উজ্জ্বল নীলা বা বেঙুনীয়া বৰণ আৰু ডাঙৰ ৰঙা ঠোঁটেৰে সহজে চিনাক্ত কৰিব পাৰি আৰু ই জলাশয়ৰ কাষত জাকে জাকে বিচৰণ কৰে । ঐতিহাসিক শিৱসাগৰৰ তলাতলঘৰৰ সমিপৰত […]
দশম শিৱসাগৰ গ্ৰন্থ উৎসৱত গ্ৰন্থপ্ৰেমীৰ ভিৰ

ঐতিহাসিক শিৱসাগৰত ১ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছে দশম শিৱসাগৰ গ্ৰন্থ উৎসৱ।স্বেচ্ছাসেৱী অনুষ্ঠান খোজৰ উদ্যোগত আয়োজিত গ্ৰন্থ উৎসৱত ভীৰ লাগিছে গ্রন্থ পিপাসুৰ। বৰ্ডিং খেলপথাৰৰ জুবিন গাৰ্গ সাহিত্য ক্ষেত্ৰ হৈ পৰিছে জুবিনময়। কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ হাততো জুবিন গাৰ্গ সম্বন্ধীয় গ্ৰন্থ।বিভিন্ন গ্ৰন্থৰ লগতে বিশেষভাৱে গ্ৰন্থ প্ৰেমীৰ মাজত চাহিদা বৃদ্ধি পাইছে অসমৰ হৃদস্পন্দন জুবিন গাৰ্গৰ গান আৰু […]
ONGCৰ বাবে পুনৰ শিৱসাগৰত বিপদ!

ONGCৰ বাবে পুনৰ শিৱসাগৰত বিপদ! জয়সাগৰৰ জোনাকি নগৰত মাটি ফুটি ওলাল খাৰুৱা তেলৰ ফোঁৱাৰ। তেলৰ ফোঁৱাৰৰ পূৰ্বে হৈছিল মৃদু কম্পন।কৃষ্ণ দাস নামৰ এজন লোকৰ বাসগৃহত খাৰুৱা তেলৰ ফোঁৱাৰ উদ্ধাৰ হয়। তাৰ পিছতে হাঁহাকাৰ লাগিছে পৰিয়ালটোৰ মাজত। খবৰ দিয়াৰ চাৰি ঘন্টাৰ পিছতো ঘটনাস্থলীত ONGC ৰ কৰ্মচাৰী উপস্থিত নোহোৱাৰ অভিযোগ। ঘটনাস্থলীত উপস্থিত হৈছে ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনীৰ বাহন। […]